ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ এপ্ৰিল ১

“আমাৰ লʼৰা-ছোৱালীবোৰ বাস্তৱতে হৈছে মূল্যৱান। আপুনি জানেনে যে, সৃষ্টিকৰ্ত্তাও তেওঁলোকক মূল্যৱান বুলি দৃষ্টি কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত গীত ১২৭:⁠৩ পদতটো পঢ়ি আলোচনীখনৰ ২২ পৃষ্ঠা খুলক।] আলোচনীখনৰ এই লেখটোৱে আমাৰ লʼৰা-ছোৱালীক নিৰাপত্তা দিবলৈ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে।”

সচেতন! এপ্ৰিল ২২

“জীৱিত থকা সকলো মানুহতকৈ যদিও যীচু সকলোৰে পৰিচিত আছিল, তথাপিও বহুতে আচৰিত হয় যে তেওঁ কিয় ইমান পৰিচিত আছিল। আপুনি জানেনে যে যীচুৰ শিষ্যসকলেও এই বিষয়ে বিবেচনা কৰিছিল? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত মাৰ্ক ৪:⁠৪১ পদটো পঢ়ক।] বাইবেলে কেনেকৈ যীচুৰ আচল পৰিচয় দাঙি ধৰিছে, সেই বিষয়ে এই আলোচনীখনত বৰ্ণনা কৰা হৈছে।”

প্ৰহৰীবুৰুজ মে’ ১

“যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া এইটো স্বাভাৱিক যে আমি তেওঁক পুনৰাই দেখি পাবলৈ ইচ্ছা কৰোঁ। আপুনিও তেনে ইচ্ছা কৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বাইবেলত পুনৰুত্থানৰ বিষয়ে কৰা প্ৰতিজ্ঞাৰ পৰা বহুতে শান্ত্বনা লাভ কৰিছে। [তাৰ পিছত যোহন ৫:⁠২৮,২৯ পদটো পঢ়ক।] এই আলোচনীখনত বুজাই দিয়া হৈছে যে, পুনৰুত্থানৰ সময়ত কোনসকলে লাভৱান হʼব।”

সচেতন! মে’ ৮

“লʼৰা-ছোৱালীয়ে কেনে বোলছবি বা চিনেমা অথবা প্ৰগ্ৰাম চাব বা নাচাব, সেই বিষয়ে বেছিভাগ পিতৃ-মাতৃয়ে বাছনি কৰে। আপোনাৰ পৰিয়ালে চাব পৰা চিনেমাবোৰক লৈ আপুনি কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সম্মুখীন হৈছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত ইফিচীয়া ৪:⁠১৭ পদটো পঢ়ক।] পিতৃ-মাতৃয়ে মনোৰঞ্জনৰ বিষয়ে বাছনি কৰাত নিজ লʼৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে, সেই বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক