ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ মাৰ্চ ১

“বৰ্তমান সময়ত লোকসকলে সম্মুখীন হোৱা ভৌতিক সমস্যাবোৰৰ সমাধান কৰাত সঠিক নিৰ্দ্দেশনা কোনে প্ৰদান কৰিব পাৰে বুলি আপুনি ভাবে? [উত্তৰৰ বাবে খন্তেক ৰওক। তাৰ পিছত কলচীয়া ৩:⁠১৪ পদটো পঢ়ক আৰু আলোচনীখনৰ ১৮ পৃষ্ঠা খুলি দেখুৱাক।] এই আলোচনীখনে বৈবাহিক দম্পতীসকলৰ সহায়ৰ বাবে ব্যৱহাৰিক পৰামৰ্শ আগবঢ়াইছে।”

সচেতন! মাৰ্চ ২২

“বহুতে পৰ্ব্বতবোৰৰ সুন্দৰতা দেখি ভাল পায়। কিন্তু আপুনি জানেনে যে পৃথিৱীত জীৱ-জন্তুৰ বাবে সেইবোৰৰ অতি আৱশ্যক? [উত্তৰৰ বাবে খন্তেক ৰওক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে আমাক কিয় সেইবোৰৰ আৱশ্যক আৰু বৰ্তমানে পৰ্ব্বতবোৰৰ সৈতে কি ঘটিছে। তদুপৰি ইয়াত এইটোও কোৱা হৈছে যে সৃষ্টকৰ্ত্তাই কেনেকৈ সেই গুৰুত্বপূৰ্ণ উৎসক ৰক্ষা কৰিব।” গীত ৯৫:⁠৪ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ এপ্ৰিল ১

“গোটেই বিশ্বৰ লোকসকলে যীচুৰ শিক্ষা শুনি প্ৰশংসা কৰে। [আলোচনীখনৰ ৩ পৃষ্ঠাৰ ১ অনুচ্ছেদত দিয়া উদ্ধৃতিটো পঢ়ক।] কিন্তু আপুনি ভাবেনে যে শাস্ত্ৰত পোৱা দৃষ্টান্তবোৰৰ যোগেদি লাভ কৰা শিক্ষাবোৰ বৰ্তমান সময়ৰ বাবে ব্যৱহাৰিক? [মথি ৫:​২১, ২২ পদটো পঢ়ক। তাৰ পিছত উত্তৰৰ বাবে খন্তেক ৰওক।] যীচুৰ শিক্ষাসমূহৰ পৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ, এই বিষয়ে আলোচনীখনত বিবেচনা কৰা হৈছে।

সচেতন! এপ্ৰিল ৮

“কিশোৰ অৱস্থাত সম্মুখীন হোৱা সমস্যাবোৰৰ পৰা বিৰত থাকিবলৈ পিতৃ-মাতৃয়ে কেনেকৈ তেওঁলোকৰ লʼৰা-ছোৱালীক সহায় কৰিব পাৰে, এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে খন্তেক ৰওক। তাৰ পিছত যিচয়া ৪৮:⁠১৭, ১৮ পদটো পঢ়ক।] এই আলোচনীখনত সহায় আগবঢ়াইছে যে কেনেকৈ পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীৰ সৈতে উত্তমৰূপে কথোপকথন আৰু তেওঁলোকৰ বাবে এক ব্যৱহাৰিক সীমা নিৰ্দ্ধাৰিত কৰিব পাৰে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক