ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০৪ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০৪ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ এপ্ৰিল ১

“কিছুমান ব্যক্তিয়ে অনুভৱ কৰে যে জীৱনত দুৰ্ঘটনাৰ পৰা আদি কৰি সকলো ঘটে আৰু এইটোৱে হৈছে ঈশ্বৰৰ ইচ্ছা। আপুনিও তেনেদৰে ভাবি আচৰিত হয়নে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বহুতে এই প্ৰাৰ্থনাটোৰ বিষয়ে জানে। [মথি ৬:⁠১০খ পদটো পঢ়ক।] এই পৃথিৱীৰ বাবে ঈশ্বৰৰ ইচ্ছা কি আৰু সেইটো কেতিয়া সম্পূৰ্ণকৈ পূৰ্ণ হʼব? এই আলোচনীখনত বাইবেল আধাৰিত উত্তৰ দিয়া হৈছে।

সচেতন! এপ্ৰিল ২২

“আজিৰ জগতত বহুতো লোকে আশাহীন অনুভৱ কৰিছে। আপুনিও কেতিয়াবা সেই একেইদৰে অনুভৱ কৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত ৰোমীয়া ১৫:⁠৪ পদটো পঢ়ক।] বহুতে আশা ৰাখাৰ গুৰুত্বতাক বুজিব পাৰিছে। এই সংখ্যাৰ সচেতন! আলোচনীখনত সেই বিষয়ে সাতটা শাস্ত্ৰীয় কাৰণ বৰ্ণনা কৰা হৈছে আৰু আপুনি পঢ়ি অৱশ্যেই আনন্দিত হʼব।”

প্ৰহৰীবুৰুজ এপ্ৰিল ১

“যেতিয়া আনে আমাক দয়া দেখুৱাই তেতিয়া আমি সেই ব্যক্তিজনৰ প্ৰতি কৃতজ্ঞ হওঁ। কিন্তু আমি আনৰ সৈতে কৰা আচাৰ-ব্যৱহাৰত সদায় দয়া দেখুৱাওঁনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু উপদেশক ৭:⁠৭ পদটো পঢ়ক।] এই আলোচনীখনত আমাৰ জীৱনৰ বহুতো ক্ষেত্ৰত দয়া দেখুৱাত ঈশ্বৰৰ বাক্যই কেনেকৈ সহায় কৰে আৰু তেনে কৰি বৰ্তমান আৰু ভৱিষ্যতে কেনে আশীৰ্ব্বাদ পাব পাৰি সেই বিষয়ে আলোচনা কৰা হৈছে।”

সচেতন! মে’ ৮

“বহুতো লোকে কৰ্ম্মস্থলত সমস্যাপূৰ্ণ পৰিস্থিতিৰ সম্মুখীন হয়। কিছুমানে তেওঁলোকৰ সহকৰ্ম্মীৰ দ্বাৰা বিব্ৰত হয়। আপুনি জানেনে যে বাইবেলে এনে এটা পৰামৰ্শ আগবঢ়াইছে যিয়ে তেনে সমস্যাবোৰ সফলতাৰে সম্মুখীন হʼবলৈ সহায় কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক আৰু হিতোপদেশ ১৫:⁠১ পদটো পঢ়ক।] সহকৰ্ম্মীৰ সৈতে কেনেকৈ শান্তি বজাই ৰাখিব পাৰি এই বিষয়ে আলোচনীখনত ব্যৱহাৰিক উপদেশ আগবঢ়াইছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক