ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৪ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৪ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ জুলাই ১

“কোনো দুৰ্ঘটনাৰ সময়ত বহুতে প্ৰশ্ন কৰে যে বাস্তৱতে ঈশ্বৰে লোকসকলৰ প্ৰতি যত্ন লয়নে আৰু তেওঁলোকে ভুগী থকাটো লক্ষ্য কৰিছেনে। আপুনিও কেতিয়াবা তেনেদৰে ভাবি আচৰিত হৈছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে বৰ্তমান সময়ত ঈশ্বৰে কেনেকৈ আমাৰ প্ৰতি চিন্তা কৰে আৰু আমাৰ সকলো দুখ-দুৰ্দশা আঁতৰ কৰিব।” যোহন ৩:⁠১৬ পদটো পঢ়ক।

সচেতন! জুলাই ২২

“বৰ্তমান সময়ৰ অপৰাধপূৰ্ণ জগতত অপৰাধীসকলে সন্দেহ নকৰা লোকক প্ৰবঞ্চিত কৰিবলৈ একেৰাহে নতুন কৌশলেৰে পৰিকল্পনা কৰিছে। আপুনি এই বিষয়ে চিন্তা কৰনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই সংখ্যাৰ সচেতন! আলোচনীখনত সাৱধান হʼবলগীয়া কিছুমান মূল বিষয়ক আলোচনা কৰিছে যিয়ে আমাক প্ৰবঞ্চিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।” হিতোপদেশ ২২:⁠৩ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ জুলাই ১

“মানুহৰ জীৱনটোৰ প্ৰতি মূল্যাঙ্কন নকৰাটো বিশ্বব্যাপী দেখিবলৈ পোৱা গৈছে। আপুনি ভাবেনে যে এনে মনোবৃত্তি দৰাচলতে সলনি হোৱা আৱশ্যক? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] ঈশ্বৰ হৈছে আমাৰ জীৱনৰ উৎস।” পাঁচনিৰ কৰ্ম্ম ১৭:⁠২৫ পদটো পঢ়ক। “মানৱ জীৱনটোৰ প্ৰতি থকা ঈশ্বৰৰ উচ্চ দৃষ্টি আৰু আমিও জীৱনটোক কেনেকৈ তেনেদৰে দৃষ্টি কৰিব পাৰোঁ, সেই সম্পৰ্কে এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত বৰ্ণনা কৰা হৈছে।”

সচেতন! আগষ্ট ৮

“কিশোৰ-কিশোৰীক শোষণ কৰা শুনি আমাৰ সকলোৱে দুখী হয়। আপুনি হয়তো এইদৰে ভাবি আচৰিত হয়নে যে, ‘ঈশ্বৰে বাস্তৱতে আমাৰ বাবে চিন্তা কৰে?’ [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত গীত ৭২:⁠১২-১৪ পদটো পঢ়ক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে কিশোৰ-কিশোৰীবোৰৰ বিষয়ে ঈশ্বৰে কেনে অনুভৱ কৰে আৰু তেওঁ কিমান সোনকালে এই সকলোবোৰ অপব্যৱহাৰৰ পৰা স্থায়ীভাৱে মুক্ত কৰিব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক