ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৪ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৪ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ আগষ্ট ১

“আজি মানুৱজাতি অধিককৈ বিভক্ত হোৱাৰ বাবে কিছুমানে ভাবে যে কেৱল এখন বিশ্ব চৰকাৰৰ যোগেদি শান্তি লাভ কৰিব পাৰি। আপুনি ভাবেনে যে এইটো সম্ভৱ হʼব? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত দানিয়েল ২:⁠৪৪ পদটো পঢ়ক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে বৰ্তমান সময়ত ঈশ্বৰৰ ৰাজ্যই কি সম্পন্ন কৰিছে আৰু শীঘ্ৰেই কেনেকৈ বিশ্ব শান্তি স্থাপন কৰিব।”

সচেতন! আগষ্ট ২২

“পিতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীৰ জীৱনত জড়িত থকাটো আপুনি কিমান গুৰুত্বপূৰ্ণ বুলি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই মাহৰ সচেতন! আলোচনীখনত পিতৃসকলে জড়িত নথকাৰ ফলত হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি ইয়াত বুজাই দিয়া হৈছে যে পিতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীৰ জীৱনত কেনেদৰে কাৰ্য্যকাৰীৰূপে প্ৰভাৱিত কৰিব পাৰে।” তাৰ পিছত হিতোপদেশ ১৩:⁠১ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ আগষ্ট ১

“বাইবেলখনৰ প্ৰতি যদিও বহুতো লোকে ভাল অভিপ্ৰায় ৰাখে, তথাপিও বহুতে ইয়াক নপঢ়ে। বাইবেলখনৰ সম্পৰ্কে আপোনাৰ অভিমত কি? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] অনুগ্ৰহ কৰি বাইবেল পঢ়ি প্ৰাপ্ত কৰা লাভসমূহৰ বিষয়ে লক্ষ্য কৰক। [গীত ১:⁠১-৩ পদটো পঢ়ক।] এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত বুজাই দিয়া হৈছে যে বাইবেল পঢ়া কাৰ্য্য কেনেকৈ আমি সুখী হোৱাৰ সৈতে সম্পৰ্ক আছে।”

সচেতন! ছেপ্টেম্বৰ ৮

“অনুমান কৰা হৈছে যে ৪ ভাগৰ ১ ভাগ লোকে তেওঁলোকৰ জীৱনৰ কোনো সময়ত মানসিক ৰোগত ভোগীব। আমাৰ বহুতে তেনেদৰে পীড়িত হোৱা ব্যক্তিসকলক জানে। [লেখটো খুলি দেখুৱাওক।] এই লেখটোত আমি ভাল পোৱা কানো এজন প্ৰিয় ব্যক্তিৰ তেনে অৱস্থাত আমি কি কৰিব পাৰোঁ সেই বিষয়ে কিছুমান সহায়কাৰী পৰামৰ্শ আগবঢ়োৱা হৈছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক