ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০৫ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০৫ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ জুলাই ১

“বহুতে সাধাৰণতে কঠিন পৰিশ্ৰম কৰাটো পছন্দ নকৰে। কিন্তু আমি কৰ্ম্মৰ প্ৰতি কেনে দৃষ্টি ৰখা উচিত? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত ১ থিচলনীকীয়া ৪:⁠১১ পদটো পঢ়ক।] এই সংখ্যাৰ আলোচনীখনত কঠিন পৰিশ্ৰমৰ প্ৰতি থকা শাস্ত্ৰীয় দৃষ্টিভঙ্গী আৰু কঠিন পৰিশ্ৰমে আমাক কেনেকৈ আনন্দিত কৰিব পাৰে, সেই বিষয়ে কোৱা হৈছে।”

সচেতন! জুলাই ২২

“আজি বহুতে প্ৰাকৃতিক দুৰ্যোগৰ বাবে পীড়িত হʼবলগীয়া হোৱা দেখিবলৈ পোৱাটো বাস্তৱতে এক হৃদয়বিদাৰক বিষয়। [স্থানীয়ভাৱে হোৱা কোনো প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে দাঙি ধৰক।] এনে বিপৰ্য্যায় পুনৰাই আকৌ ঘটিব বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত এই প্ৰশ্নটোৰ সম্পৰ্কে বিবেচনা কৰা হৈছে। তদুপৰি ইয়াত সেই সকলৰ বাবে শান্ত্বনা প্ৰদান কৰা হৈছে যিসকলে নিজৰ আপোনজনাক মৃত্যুত হেৰুৱালে।” যোহন ৫:⁠২৮, ২৯ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ আগষ্ট ১

“মানৱৰ এই হাজাৰ হাজৰ বছৰৰ ইতিহাসে দেখুৱাইছে যে মানুহে বিভিন্ন প্ৰকাৰৰ বিশ্বাস বিকশিত কৰিছে। কোনটো সত্য আৰু কোনটো অসত্য এই বিষয়ে জনাটো সম্ভৱ বুলি আপুনি জানেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত কোৱা হৈছে যে, ঈশ্বৰৰ মন আনন্দিত কৰা সত্য শিক্ষা কʼত বিচাৰি পাব পাৰে।”​—⁠২ তীমথিয় ৩:⁠১৬, ১৭.

সচেতন! আগষ্ট ৮

“বহুতো ব্যক্তিয়ে আজি ভয়ভীতভাৱে জীৱন-যাপন কৰিছে। এনে ভয়ভীত কৰি তুলা পৰিস্থিতিৰ কাৰণ কি বুলি আপুনি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] বৰ্তমান সাধাৰণভাৱে দেখিবলৈ পোৱা বিপদবোৰত নিজকে নিৰাপত্তা দিবলৈ এই আলোচনীখনত ব্যৱহাৰিক পৰামৰ্শ আগবঢ়োৱা হৈছে। তদুপৰি ইয়াত বাইবেলে এখন ভয়মুক্ত জগতৰ বিষয়ে কি প্ৰতিজ্ঞা কৰিছে, সেই বিষয়েও আলোচনা কৰা হৈছে।” যিচয়া ১১:⁠৯ পদটো পঢ়ক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক