ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১০/০৪ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১০/০৪ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ অক্টোবৰ ১

“অপৰাধ, অত্যাচাৰ আৰু যুদ্ধৰ অন্ত হোৱাটো আমি নিজ চকুৰে কিয় দেখিবলৈ পোৱা নাই, এই বুলি ভাবি আপুনি কেতিয়াবা আচৰিত হৈছেনে? আপুনি ভাবেনে যে এনে পৰিস্থিতিৰ অন্তৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ পূৰ্ণতা আমি আমাৰ জীৱনকালত দেখিবলৈ পাম? [গীত ৩৭:⁠১১ পদটো পঢ়ক আৰু উত্তৰৰ বাবে খন্তেক ৰওক।] এই আলোচনীখনত কোৱা হৈছে যে এই প্ৰতিজ্ঞাবোৰ কেনেকৈ ঈশ্বৰৰ মূল উদ্দেশ্যৰ সৈতে জড়িত আছে আৰু আমি কেনেকৈ ইয়াত ভাগ লʼব পাৰোঁ।”

সচেতন! অক্টোবৰ ২২

“বহুতে একেবাৰে শিশুকালৰে পৰা লʼৰা-ছোৱালীক প্ৰশিক্ষণ দিয়াৰ গুৰুত্বপূৰ্ণ আৱশ্যকতাৰ বিষয়ে লক্ষ্য কৰিছে। বৰ্তমান সময়ত আপুনি তেনে আৱশ্যকতা দেখিবলৈ পাইছেনে? [উত্তৰৰ বাবে খন্তেক ৰওক। তাৰ পিছত হিতোপদেশ ২২:⁠৬ পদতো পঢ়ক।] এই মাহৰ সচেতন! আলোচনীখনত পিতৃ-মাতৃয়ে তেওঁলোকৰ লʼৰা-ছোৱালীক সৎ আৰু সফলতাপ্ৰাপ্ত সাবালক ব্যক্তিৰূপে গঢ়ি তুলিবলৈ কি কৰিব পাৰে, সেই বিষয়ে বিশেষকৈ আলোচনা কৰা হৈছে।”

প্ৰহৰীবুৰুজ অক্টোবৰ ১

“আপুনি লক্ষ্য কৰিছেনে যে বৈজ্ঞানীকসকলে কৰা আৱিষ্কাৰৰ বাবে তেওঁলোকে প্ৰশংসা লাভ কৰিছে, কিন্তু ঈশ্বৰে আমাৰ বাবে কৰা কাৰ্য্যৰ প্ৰতি লোকসকলে কেতিয়াবাহে তেওঁক প্ৰশংসা কৰে? ইয়াৰ কি কাৰণ হʼব পাৰে? (উত্তৰৰ বাবে ৰওক। তাৰ পিছত ৰোমীয়া ১:⁠২০ পদটো পঢ়ক।) এই সংখ্যাৰ প্ৰহৰীবুৰুজ আলোচনীখনত বৰ্ণনা কৰা হৈছে যে এনে লোকবিলাকে কিয় উত্তৰ দিবলৈ ঠাই নাপাব আৰু আমি কি ধৰণে ঈশ্বৰৰ মহিমা কৰিব পাৰোঁ।”

সচেতন! নবেম্বৰ ৮

“বৰ্তমান সময়ৰ হেঁচাবোৰত সফলতাৰে সম্মুখীন হʼবলৈ লʼৰা-ছোৱালীক উত্তম নিৰ্দ্দেশনাৰ আৱশ্যক বুলি আপুনি সন্মত নহʼবনে? [উত্তৰৰ বাবে খন্তেক ৰওক আৰু তাৰ পিছত ইফিচীয়া ৬:⁠৪ পদটো পঢ়ক।] এই আলোচনীখনত অনুশাসন দিয়াৰ প্ৰকৃত অৰ্থ কি, সেই বিষয়ে আলোচনা কৰা হৈছে। তদুপৰি ইয়াত পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক নিৰাশ নকৰাকৈ কেনেকৈ তেনে নিৰ্দ্দেশনা দিব পাৰে সেই বিষয়েও আলোচনা কৰা হৈছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক