ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৪ পৃষ্ঠা ৪
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৪ পৃষ্ঠা ৪

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ নবেম্বৰ ১

“মই নিশ্চিত যে আপুনি বাইবেলৰ লূক ২৩:⁠৪৩ পদত [পদটো পঢ়ক] উল্লেখ কৰা যীচুৰ এই বাক্যশাৰীৰ সৈতে অৱশ্যেই পৰিচিত। কিন্তু আপুনি কেতিয়াবা ভাবি আচৰিত হৈছেনে যে পৰমদেশৰ অৰ্থ কি আৰু আমি কেনেকৈ ইয়াত আনন্দত লাভ কৰিব পাৰোঁ? [উত্তৰৰ বাবে খন্তেক ৰওক।] এই আলোচনীখনত পৰমদেশৰ অৰ্থ আৰু ইয়াৰ প্ৰতি আমি কেনেকৈ দৃঢ় আশা ৰাখিব পাৰোঁ এই বিষয়ে আলোচনা কৰা হৈছে।”

সচেতন! নবেম্বৰ ২২

“যোৱা ২০ বছৰে এইড্‌ছ ৰোগৰ বিষয়ে জ্ঞান আৰু চিকিৎসাৰ সম্পৰ্কে বহুখিনি উন্নতি লাভ কৰিছে। কিন্তু এতিয়াও বহুতো লোকে ভুল ধাৰণাত আছে। [“এইড্‌ছ সম্পৰ্কে পৰম্পৰাগত বিশ্বাস” নামৰ বক্সটো দেখুৱাউক আৰু গৃহস্থৰ মন্তব্যৰ বাবে খন্তেক ৰওক।] পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ এই মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে, সেই বিষয়ে এই আলোচনীখনত আলোচনা কৰা হৈছে।” তাৰ পিছত দ্বিতীয় বিবৰণ ৬:⁠৬, ৭ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ নবেম্বৰ ১

“কিছুমানে বিশ্বাস কৰে যে অধিক ধন-সম্পত্তিৰ দ্বাৰা জীৱনত অধিক সন্তুষ্টি লাভ কৰিব পাৰি। এই কথাষাৰ সঁচা বুলি আপুনি ভাবেনে? [উত্তৰৰ বাবে খন্তেক ৰওক।] লক্ষ্য কৰক যে এজন ধনী ব্যক্তিয়ে এই বিষয়ে কি লিখিছিল। [উপদেশক ৫:⁠১০ পদটো পঢ়ক।] এই আলোচনীখনত ভৌতিক সা-সম্পত্তিৰ মূল্যৰ বিষয়ে আলোচনা কৰা হৈছে।

সচেতন! ডিচেম্বৰ ৮

“উন্নত প্ৰযুক্তি বিদ্যাবোৰে বন্ধুত্ব বজাই ৰাখাৰ মৌলিক আৱশ্যকতাসমূহ পৰিৱৰ্তন কৰিব নোৱাৰিলে। কিন্তু আপুনি লক্ষ্য কৰিব পাৰিছেনে যে বৰ্তমান সময়ত সমাজৰ বাবে অটুট বন্ধুত্ব স্থাপন কৰাটো এটা প্ৰত্যাহ্বানজনক বিষয় হৈ পৰিছে? [উত্তৰৰ বাবে খন্তেক ৰওক আৰু তাৰ পিছত হিতোপদেশ ১৮:⁠২৪ পদটো পঢ়ক।] এই আলোচনীখনত আলোচনা কৰা হৈছে যে প্ৰকৃত বন্ধুত্ব বজাই ৰাখিবলৈ আমি কি কৰা আৱশ্যক।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক