ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ৪
  • “সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • “সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা”
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱাই নিজৰ লোকসকলক কেনেকৈ পথ দেখুৱায়?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বিশ্বাসে আমাক কেনেকৈ সাহসী কৰি তুলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • ইস্ৰায়েলীসকলৰ শিবিৰৰপৰা লাভ কৰা শিক্ষা
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাই অভিশাপক আশীৰ্বাদলৈ পৰিণত কৰিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

“সেই দেশ নিবাসী সকলো লোকক দূৰ কৰিবা”

যিহোৱাই প্ৰতিজ্ঞা কৰা দেশৰপৰা এনে সকলো বস্তু ধ্বংস কৰিবলৈ ইস্ৰায়েলীসকলক কৈছিল, যিবোৰে তেওঁলোকক যিহোৱাৰপৰা আঁতৰাই নিব পাৰিলেহেঁতেন (গণ ৩৩:৫২; w১০-E ৮/১ ২৩)

যিহোৱাই গোটেই দেশখনক অধিকাৰ কৰিবলৈ ইস্ৰায়েলীসকলক সহায় কৰিম বুলি প্ৰতিজ্ঞা কৰিছিল (গণ ৩৩:৫৩)

ইস্ৰায়েলীসকলে তেওঁলোকৰ শত্ৰুবিলাকক সম্পূৰ্ণৰূপে ধ্বংস নকৰা হʼলে, তেওঁলোকে বিপদত পৰিলেহেঁতেন (গণ ৩৩:৫৫, ৫৬; w০৮-HI ২/১৫ ২৭ ¶৫-৬; it-১-E ৪০৪ ¶২)

যিহোৱা ঈশ্বৰক আনন্দিত কৰিবলৈ হʼলে, আমি অনৈতিক আৰু তেওঁৰ লগত আমাৰ সম্পৰ্কত বাধা দিয়া কামবোৰৰপৰা আঁতৰি থকা উচিত। (যাকো ১:২১) আমাৰ দুৰ্বলতা আৰু এই জগতৰ প্ৰলোভনৰ বিৰুদ্ধে যুঁজ কৰিবলৈ যিহোৱাই আমাক সহায় কৰিব।

তিনিজন ডেকা ভায়ে উৎসাহেৰে হিংসাত্মক ভিডিঅʼ গেম খেলিছে।
এজন ডেকা ভায়ে টিভি বন্ধ কৰি দিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক