ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১২
  • যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মানোহ আৰু তেওঁৰ পত্নীৰপৰা পিতৃ-মাতৃসকলে কি শিকিব পাৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • আমাৰ সাহস নাইকিয়া কৰাৰ বিৰোধীসকলৰ কৌশল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাক প্ৰেম কৰিবলৈ সন্তানক শিকাওক

পিতৃ-মাতৃসকলে প্ৰথমে নিজে যিহোৱাৰ প্ৰতি প্ৰেম বঢ়োৱা উচিত (দ্বিতী ৬:৫; w০৫ ৭/১ ১২ ¶১১)

পিতৃ-মাতৃসকলে নিজৰ সন্তানৰ বাবে ভাল উদাহৰণ ৰখা উচিত (দ্বিতী ৬:৬; w০৭-E ৫/১৫ ১৫-১৬)

তেওঁলোকে সুযোগ পালেই নিজৰ সন্তানক যিহোৱাৰ বিষয়ে শিকোৱা উচিত (দ্বিতী ৬:৭; w০৫ ৭/১ ১২ ¶১৪)

পাৰিবাৰিক উপাসনাৰ উপৰিও আপুনি নিজৰ সন্তানক আৰু কেতিয়া শিকাব পাৰে, যাতে তেওঁলোকৰ হৃদয়ত যিহোৱা আৰু তেওঁৰ সিদ্ধান্তৰ প্ৰতি প্ৰেম বাঢ়ে?

এজন পিতৃ আৰু লʼৰাই চিলা বনাই আছে। তেওঁলোকৰ পিছফালে প্ৰহৰীদুৰ্গ অধ্যয়ন লেখত চৰাইৰ বিষয়ে উল্লেখ থকা ‘ইয়াক সৃষ্টি কৰা হৈছিল নেকি?’ নামৰ ধাৰাবাহিক আছে।
আপেল গছৰ ছবিত ৰং কৰোঁতে পিতৃয়ে তেওঁৰ ছোৱালীৰ সৈতে কথা পাতিছে। তেওঁ তেওঁলোকৰ সন্মুখত থকা প্লেট এখনত আপেলৰ ফালে আঙুলি দেখুৱাইছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক