ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১০
  • যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • সঠিক ন্যায় কৰাৰ সিদ্ধান্ত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • তেওঁৰ দৃষ্টিত বুদ্ধি বৰ মূল্যৱান আছিল
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • যিহোৱাই দুখীয়া লোকসকলক সহায় কৰিবলৈ নিয়ম দিলে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১০

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

যিহোৱাৰ নিয়ম পালন কৰাটোৱে বুদ্ধিমানৰ কাম

যিহোৱাৰ নিয়মবোৰ পালন কৰাটো বুদ্ধিমতাৰ কাম হয় (দ্বিতী ৪:৬; it-২-E ১১৪০ ¶৫)

আমাক লক্ষ্য কৰা বহুতো লোকে দেখিলে যে ঈশ্বৰৰ নিয়মবোৰ পালন কৰাটোৱে বুদ্ধিমানৰ কাম হয় (দ্বিতী ৪:৬; w৯৯-HI ১১/১ ২০ ¶৬-৭)

যিহোৱাৰ লোকসকলে জগতৰ লোকসকলতকৈ ভাল জীৱন-যাপন কৰে (দ্বিতী ৪:৭, ৮; w০৭-HI ৮/১ ৩০ ¶১৩)

যেতিয়া বহুতো লোকে লক্ষ্য কৰে যে ঈশ্বৰৰ নিয়ম আৰু সিদ্ধান্তবোৰ পালন কৰাৰ বাবে আমাৰ আচাৰ-ব্যৱহাৰ কিমান ভাল, তেতিয়া তেওঁলোকে আমাৰ সংগঠনৰ প্ৰতি আকৰ্ষিত হয়।

কাৰ্ডৰ যোগেদি সাক্ষ্য দিয়া ভাইজনে এজন ব্যক্তিৰ ৱালেট পৰি থকা দেখিছে আৰু ওচৰৰ কেফেত বহি থকা তিৰোতা এগৰাকীয়ে তেওঁলোকলৈ লক্ষ্য কৰিছে।
সেই ব্যক্তিজনক ভাইজনে ৱালেট ঘূৰাই দিছে আৰু কেফেৰপৰা তিৰোতাগৰাকীয়ে লক্ষ্য কৰিছে।

যিহোৱাৰ পৰামৰ্শ পালন কৰাৰ বাবে আপোনাৰ কি কি লাভ হৈছে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক