ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ১৬
  • আলোচনাৰ বাবে আৰ্হি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আলোচনাৰ বাবে আৰ্হি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
  • মিল থকা বিষয়
  • আলোচনাৰ বাবে আৰ্হি ভালদৰে ব্যৱহাৰ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • ট্ৰেক্টৰ যোগেদি কেনেকৈ কথা-বতৰা আৰম্ভ কৰিব পাৰি?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • আলোচনাৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ১৬
ছবি: ১. এগৰাকী তিৰোতাৰ দুৱাৰ মুখত এজনী ভনী আৰু তেওঁৰ স্বামীয়ে “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰখনৰপৰা তেওঁৰ লগত কথা পাতি আছে। ২. সেই একেজনী ভনীয়ে সপ্তাহৰ মাজৰ সভাত “দুখ-কষ্ট নথকা এক অনন্ত জীৱন!” ব্ৰচাৰখন ব্যৱহাৰ কৰি প্ৰদৰ্শন আগবঢ়াইছে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আলোচনাৰ বাবে আৰ্হি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি

আলোচনাৰ বাবে আৰ্হি বৰ ভাবি-চিন্তি তৈয়াৰ কৰা হয় আৰু এই আৰ্হি ব্যৱহাৰ কৰি বহুতো প্ৰচাৰকে ভালদৰে প্ৰচাৰ কৰিব পাৰিছে। কিন্তু সকলো এলেকাৰ পৰিস্থিতি একে নহয়। সেইবাবে, প্ৰচাৰত আপুনি নিজৰ এলেকাৰ লোকসকলৰ আগ্ৰহৰ অনুসৰি বিষয়, প্ৰশ্ন, পদ আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্ন, এই সকলো সলনি কৰিব পাৰে। অথবা আপুনি বিষয়টোৱে সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে। কিন্তু বিশেষ অভিযানৰ বাবে দিয়া নিৰ্দেশনাবোৰ আমি পালন কৰা উচিত। আমি যেনেদৰে প্ৰচাৰ নকৰোঁ কিয়, যীচুৰ আজ্ঞা পালন কৰি ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰাটোৱেই হৈছে আমাৰ সকলোৰে লক্ষ্য।—মথি ২৪:১৪.

কিন্তু সভাত যেতিয়া আপুনি বিদ্যাৰ্থী ভাগ আগবঢ়ায়, তেতিয়া আপুনি আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰা উচিত। আপুনি যদি বিচাৰে, নিজৰ এলেকাৰ অনুসৰি প্ৰশ্ন, পদ আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে প্ৰশ্ন বা ধৰণ সলনি কৰিব পাৰে। যদি কোনো এটা ভাগ পৰিৱৰ্তন কৰিব নালাগে, তেনেহʼলে ইয়াৰ বিষয়ে আগতীয়াকৈ জনাই দিয়া হʼব। বিদ্যাৰ্থী ভাগৰ বাবে আগতে আমি জুন ২০২০ চনৰ সভা-পুস্তিকাৰ ৮ পৃষ্ঠাত দিয়া নিৰ্দেশনা পালন কৰিছিলোঁ। কিন্তু এতিয়া আমি এই লেখত দিয়া নিৰ্দেশনা পালন কৰিম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক