নৱেম্বৰ ২৪-৩০
যিচয়া ১-২
গীত নং ৪৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. “অপৰাধত ভাৰগ্ৰস্ত লোক” সকলৰ বাবে আশা
(১০ মি.)
[যিচয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
যিহোৱাৰ লোক “অপৰাধত ভাৰগ্ৰস্ত লোক”সকলৰ দৰে আছিল। অৰ্থাৎ তেওঁলোক নিজৰ অপৰাধত চেপা খাই আছিল (যিচ ১:৪-৬; ip-১-HI ১৪ ¶৮)
যিহোৱাই অনুতাপ কৰা লোকসকলক ক্ষমা কৰিবলৈ সাজু আছিল (যিচ ১:১৮; ip-১-HI ২৮-২৯ ¶১৫-১৭)
ধ্যানৰ বাবে প্ৰশ্ন: যিচয়া ১:১৮ পদৰ অনুসৰি কেনেকৈ ভৰসা বাঢ়ে যে আমাৰ পাপ যিমানে গভীৰ নহওক কিয়, যিহোৱাই আমাক ক্ষমা কৰিব?
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
যিচ ২:২—“যিহোৱাৰ গৃহৰ পৰ্ব্বতটি” ইয়াৰ অৰ্থ কি? (ip-১-HI ৩৯-৪০ ¶৯)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) যিচ ২:১-১১ (শিক্ষা অধ্যায় ১১)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। লোকসকলক প্ৰেম কৰক ব্ৰচাৰৰ আন কিছুমান পৰামৰ্শ ক, পৰা বাইবেলৰ কোনো এটা কথা জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩)
৫. পুনৰ লগ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। আপুনি এটা বিষয়ত কথা পাতিবলৈ তৈয়াৰী কৰিছে, কিন্তু গৃহস্থই বেলেগ এটা বিষয় কথা পাতিব বিচাৰে। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)
৬. ভাষণ
(৫ মি.) ijwbq-HI লেখ ৯৬—বিষয়: পাপৰ অৰ্থ কি? (শিক্ষা অধ্যায় ২০)
গীত নং ৩৮
৭. যিহোৱাৰ বন্ধু হোৱা—যিহোৱাই ক্ষমা কৰে
(১৫ মি.) আলোচনা।
ভিডিঅʼখন দেখুৱাওক। যদি সম্ভৱ হʼলে কিছুমান লʼৰা-ছোৱালীক ষ্টেজলৈ মাতক। তেওঁলোকক ভিডিঅʼৰ বিষয় আৰু তাৰ পৰা কি শিকিলে সোধক।
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ পাঠ ৩৮, ভাগ ৭-ত কি শিকিম আৰু পাঠ ৩৯