১
নমস্কাৰ (১-৭)
পৌলে ৰোমলৈ যাব বিচাৰিলে (৮-১৫)
ভাল মানুহে নিজৰ বিশ্বাসৰ দ্বাৰা জীয়াই থাকিব (১৬, ১৭)
ভক্তিহীন লোকসকলে কোনো কাৰণ দিব নোৱাৰে (১৮-৩২)
২
৩
“যিকোনো পৰিস্থিতিত ঈশ্বৰ সত্য হয় বুলি প্ৰমাণিত হয়” (১-৮)
যিহূদী আৰু যিহূদী নোহোৱা সকলোৱে পাপৰ অধীনত (৯-২০)
বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হয় (২১-৩১)
৪
৫
খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা (১-১১)
আদমৰ পৰা মৃত্যু, খ্ৰীষ্টৰ পৰা জীৱন (১২-২১)
৬
খ্ৰীষ্টত বাপ্তিষ্মা লৈ এক নতুন জীৱন-যাপন (১-১১)
পাপক নিজৰ শৰীৰত ৰাজত্ব কৰিবলৈ নিদিবা (১২-১৪)
পাপৰ দাস ঈশ্বৰৰ দাস হʼল (১৫-২৩)
৭
নিয়মৰ পৰা মুক্ত হোৱাৰ বিষয়ে উদাহৰণ (১-৬)
নিয়মৰ পৰা পাপ প্ৰকাশ হʼল (৭-১২)
পাপৰ বিৰুদ্ধে যুঁজ (১৩-২৫)
৮
পবিত্ৰ শক্তিৰ যোগেদি জীৱন আৰু মুক্ত (১-১১)
পবিত্ৰ শক্তিৰ যোগেদি তুলি লোৱা হয় (১২-১৭)
সৃষ্টিয়ে ঈশ্বৰৰ সন্তান হোৱাৰ স্বাধীনতাৰ অপেক্ষা কৰি আছে (১৮-২৫)
‘পবিত্ৰ শক্তিয়ে আমাৰ কাৰণে মিনতি কৰে’ (২৬, ২৭)
ঈশ্বৰে আগতেই নিৰ্ণয় লʼলে (২৮-৩০)
ঈশ্বৰৰ প্ৰেমৰ সহায়ত জয় (৩১-৩৯)
৯
জন্মগত ইস্ৰায়েলীসকলৰ কাৰণে পৌলৰ দুখ (১-৫)
অব্ৰাহামৰ আচল বংশ (৬-১৩)
ঈশ্বৰৰ পচন্দৰ ওপৰত প্ৰশ্ন কৰিব নোৱাৰি (১৪-২৬)
কম সংখ্যক লোকেহে উদ্ধাৰ পাব (২৭-২৯)
ইস্ৰায়েলীয়ে উজুটি খালে (৩০-৩৩)
১০
১১
১২
নিজৰ শৰীৰক জীৱিত বলিদান হিচাপে অৰ্পণ কৰা (১, ২)
শৰীৰ এক, বৰদান বেলেগ বেলেগ (৩-৮)
প্ৰকৃত খ্ৰীষ্টানৰ জীৱন-যাপনৰ বিষয়ে পৰামৰ্শ (৯-২১)
১৩
অধিকাৰীসকলৰ অধীনত থাকা (১-৭)
যিজনে আনক প্ৰেম কৰে, তেওঁ সঠিকভাৱে ঈশ্বৰৰ নিয়ম পালন কৰে (৮-১০)
দিনৰ সময়ত লোকসকলে যিদৰে ভদ্ৰভাৱে জীৱন-যাপন কৰে, সেইদৰেই জীৱন-যাৱন কৰা (১১-১৪)
১৪
এজনে-আনজনক দোষী বুলি নকʼবা (১-১২)
আনক উজুটি নোখোৱাবা (১৩-১৮)
শান্তি আৰু একতা বজাই ৰাখা (১৯-২৩)
১৫
খ্ৰীষ্টই যিদৰে গ্ৰহণ কৰিলে, এজনে-আনজনক গ্ৰহণ কৰা (১-১৩)
পৌল, ৰাষ্ট্ৰৰ সেৱক (১৪-২১)
পৌলৰ যাত্ৰাৰ পৰিকল্পনা (২২-৩৩)
১৬
পৌলে ফৈবী নামৰ ভনীৰ বিষয়ে কয় (১, ২)
ৰোমৰ খ্ৰীষ্টানসকলক নমস্কাৰ (৩-১৬)
বিভেদ সৃষ্টি কৰা লোকসকলৰ বিষয়ে সতৰ্কবাণী (১৭-২০)
পৌলৰ সহকৰ্মীসকলৰ পৰা নমস্কাৰ (২১-২৪)
পবিত্ৰ ৰহস্য এতিয়া প্ৰকাশ পালে (২৫-২৭)