ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ৪০৭-৪০৮
  • গালাতীয়া কিতাপৰ সাৰাংশ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • গালাতীয়া কিতাপৰ সাৰাংশ
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • মিল থকা বিষয়
  • ভাল ব্যক্তি হʼবলৈ বিশ্বাসেৰে কাম কৰাটো অতি গুৰুত্বপূৰ্ণ
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • ৰোমীয়া কিতাপৰ সাৰাংশ
    পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • এক “ভাবাৰ্থ” কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আৰু চাওক
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
গালাতীয়া কিতাপৰ সাৰাংশ

গালাতীয়া

সাৰাংশ

  • ১

    • নমস্কাৰ (১-৫)

    • আন কোনো শুভবাৰ্তা নাই (৬-৯)

    • পৌলে প্ৰচাৰ কৰা শুভবাৰ্তা ঈশ্বৰৰ ফালৰ পৰা আছিল (১০-১২)

    • পৌলে কেনেকৈ সলনি হʼল আৰু তেওঁৰ আৰম্ভণিৰ সেৱা (১৩-২৪)

  • ২

    • পৌলে যিৰূচালেমত পাঁচনিসকলক লগ কৰে (১-১০)

    • পৌলে, পিতৰ (কৈফাক) শুধৰণি কৰে (১১-১৪)

    • কেৱল বিশ্বাস কৰাৰ কাৰণে ভাল মানুহ বুলি গণিত কৰা হয় (১৫-২১)

  • ৩

    • বিশ্বাস আৰু নিয়মত লিখা কামবোৰৰ মাজত পাৰ্থক্য (১-১৪)

      • যিজন ভাল মানুহ হয়, তেওঁ নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব (১১)

    • অব্ৰাহামৰ লগত কৰা প্ৰতিজ্ঞা নিয়মৰ আধাৰত নহয় (১৫-১৮)

      • খ্ৰীষ্ট, অব্ৰাহামৰ বংশ (১৬)

    • নিয়মৰ আৰম্ভণি; ইয়াৰ উদ্দেশ্য (১৯-২৫)

    • বিশ্বাস কৰাৰ যোগেদি ঈশ্বৰৰ পুত্ৰ হোৱা (২৬-২৯)

      • যিসকল খ্ৰীষ্টৰ হয়, তেওঁলোক অব্ৰাহামৰ বংশৰ হয় (২৯)

  • ৪

    • এতিয়া দাস নোহোৱা, পুত্ৰ হোৱা (১-৭)

    • গালাতীয়াসকলৰ কাৰণে পৌলৰ চিন্তা (৮-২০)

    • হাগাৰ আৰু চাৰা; দুটা চুক্তি (২১-৩১)

      • ওপৰৰ যিৰূচালেম স্বাধীন, আমাৰ মা হয় (২৬)

  • ৫

    • খ্ৰীষ্টানসকলে স্বাধীনতা পালে (১-১৫)

    • পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি চলা (১৬-২৬)

      • শৰীৰৰ কাম (১৯-২১)

      • পবিত্ৰ শক্তিৰ ফল (২২, ২৩)

  • ৬

    • এজনে-আনজনৰ ভাৰ উঠোৱা (১-১০)

      • যি বয়, তাকেই দাব (৭, ৮)

    • চুন্নৎ কোনো অৰ্থ নাৰাখে (১১-১৬)

      • এক নতুন সৃষ্টি (১৫)

    • সমাপ্তি (১৭, ১৮)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক