১
নমস্কাৰ (১, ২)
ঈশ্বৰলৈ ধন্যবাদ; পৌলৰ প্ৰাৰ্থনা (৩-১১)
সমস্যাৰ সত্ত্বেও শুভবাৰ্তা বিয়পে (১২-২০)
জীয়াই থাকিলে খ্ৰীষ্টৰ কাৰণে, মৰিলে লাভৰ কাৰণে (২১-২৬)
আচাৰ-ব্যৱহাৰ শুভবাৰ্তাৰ অনুসৰি হওক (২৭-৩০)
২
খ্ৰীষ্টানসকলৰ নম্ৰতা (১-৪)
খ্ৰীষ্ট নম্ৰ হʼল; মহান কৰা হʼল (৫-১১)
নিজৰ উদ্ধাৰৰ কাৰণে কাম কৰা (১২-১৮)
তীমথিয় আৰু ইপাফ্ৰদীতক পঠিওৱা (১৯-৩০)
৩
৪
একতা, আনন্দ কৰা, সঠিক চিন্তাধাৰা (১-৯)
ফিলিপীৰ ভাইসকলৰ উপহাৰৰ কাৰণে কৃতজ্ঞতা (১০-২০)
অৱশেষত নমস্কাৰ (২১-২৩)