১
নমস্কাৰ (১, ২)
মিছা শিক্ষকসকলৰ বিষয়ে সতৰ্কবাণী (৩-১১)
পৌলৰ ওপৰত মহা-কৃপা কৰা হʼল (১২-১৬)
চিৰকালৰ ৰজা (১৭)
‘ভালদৰে সংঘৰ্ষ কৰা’ (১৮-২০)
২
৩
অধ্যক্ষসকলৰ যোগ্যতাবোৰ (১-৭)
সহায়ক সেৱকসকলৰ যোগ্যতাবোৰ (৮-১৩)
ঈশ্বৰৰ ভক্তিৰ পবিত্ৰ ৰহস্য (১৪-১৬)
৪
দুষ্ট স্বৰ্গদূতবিলাকৰ শিক্ষাৰ পৰা সাৱধান (১-৫)
খ্ৰীষ্টৰ এজন ভাল সেৱক কেনেকৈ হʼব পাৰি (৬-১০)
নিজৰ শিক্ষাৰ ওপৰত ধ্যান দিয়া (১১-১৬)
৫
ডেকা আৰু বৃদ্ধসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত (১, ২)
বিধৱাসকলক সহায় কৰা (৩-১৬)
পৰিশ্ৰমী প্ৰাচীনসকলক আদৰ কৰা (১৭-২৫)
৬
দাসে নিজৰ মালিকসকলক আদৰ কৰক (১, ২)
মিছা শিক্ষক; টকা-পইচাৰ প্ৰতি প্ৰেম (৩-১০)
ঈশ্বৰৰ সেৱকক নিৰ্দেশনা (১১-১৬)
ভাল কামত ধনী হোৱা (১৭-১৯)
নিজৰ সম্পত্তি চম্ভালি ৰাখা (২০, ২১)