১
নমস্কাৰ (১, ২)
তীমথিয়ৰ বিশ্বাসৰ কাৰণে পৌল ঈশ্বৰৰ প্ৰতি কৃতজ্ঞ (৩-৫)
ঈশ্বৰৰ বৰদানক জুইৰ দৰে জ্বলাই ৰাখা (৬-১১)
লাভজনক শিক্ষাবোৰ ধৰি ৰাখা (১২-১৪)
পৌলৰ শত্ৰুসকল আৰু বন্ধুসকল (১৫-১৮)
২
যোগ্য পুৰুষসকলক শিকোৱা (১-৭)
শুভবাৰ্তাৰ কাৰণে দুখ ভোগা (৮-১৩)
ঈশ্বৰৰ বাক্যক ভালদৰে ব্যৱহাৰ কৰা (১৪-১৯)
ডেকাকালত উঠা ইচ্ছাবোৰৰ পৰা দূৰলৈ পলোৱা (২০-২২)
বিৰোধীসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰা হয় (২৩-২৬)
৩
শেষ-কালত সংকটেৰে ভৰা সময় (১-৭)
পৌলৰ উদাহৰণ ভালদৰে জানা (৮-১৩)
‘যিবোৰ কথা তুমি শিকিছা, সেইবোৰ পালন কৰি থাকা’ (১৪-১৭)
৪
“নিজৰ সেৱা ভালদৰে পূৰ কৰা” (১-৫)
“মই ভালদৰে সংঘৰ্ষ কৰিলোঁ” (৬-৮)
পৌলৰ নিজৰ কিছুমান কথা (৯-১৮)
অৱশেষত নমস্কাৰ (১৯-২২)