তীত সাৰাংশ ১ নমস্কাৰ (১-৪) ক্ৰীতিত তীতে প্ৰাচীনক নিযুক্ত কৰে (৫-৯) বিদ্ৰোহী লোকক শুধৰণি (১০-১৬) ২ ডেকা আৰু বৃদ্ধসকলৰ কাৰণে ভাল পৰামৰ্শ (১-১৫) ভক্তিহীন কামবোৰ অস্বীকাৰ কৰা (১২) ভাল কাম কৰাত উৎসাহ (১৪) ৩ সঠিক অধীনতা (১-৩) ভাল কাম কৰাৰ কাৰণে সাজু থাকা (৪-৮) মূৰ্খতাৰে ভৰা তৰ্ক-বিতৰ্ক আৰু গোটক অস্বীকাৰ কৰা (৯-১১) নিজৰ ফালৰ পৰা কিছুমান নিৰ্দেশনা আৰু নমস্কাৰ (১২-১৫)