৩ যোহন সাৰাংশ নমস্কাৰ আৰু প্ৰাৰ্থনা (১-৪) গায়ৰ প্ৰশংসা (৫-৮) দিয়ত্ৰিফিৰ ডাঙৰ হোৱাৰ ইচ্ছা (৯, ১০) দীমীত্ৰিয়ৰ প্ৰশংসা (১১, ১২) তেওঁলোকক লগ কৰাৰ আশা আৰু নমস্কাৰ (১৩, ১৪)