ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • lfb পৃষ্ঠা ২২-২৩
  • ভাগ ৩-ত কি শিকিম

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ভাগ ৩-ত কি শিকিম
  • বাইবেলৰ পৰা শিকোঁ আহা
  • মিল থকা বিষয়
  • আপুনি যিহোৱাৰ বন্ধু হʼব পাৰে!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • অব্ৰাহাম আৰু চাৰাই ঈশ্বৰৰ কথা মানিলে
    বাইবেলৰ পৰা শিকোঁ আহা
  • বিশ্বাসৰ পৰীক্ষা
    বাইবেলৰ পৰা শিকোঁ আহা
  • ভাগ ১৩-ত কি শিকিম
    বাইবেলৰ পৰা শিকোঁ আহা
আৰু চাওক
বাইবেলৰ পৰা শিকোঁ আহা
lfb পৃষ্ঠা ২২-২৩
অব্ৰাহামে ইচহাকৰ লগত তৰাৰ বিষয়ে কথা পাতি আছে

ভাগ ৩-ত কি শিকিম

বাইবেলে কয় যে জলপ্লাৱনৰ পাছত কিছু বছৰলৈকে যিহোৱাৰ সেৱা কৰা লোকসকলৰ সংখ্যা বহুত কম আছিল। তেওঁলোকৰ মাজৰ এজন আছিল অব্ৰাহাম, যিজনক যিহোৱাৰ বন্ধু বুলি কোৱা হৈছিল। তেওঁক যিহোৱাৰ বন্ধু বুলি কিয় কোৱা হৈছিল? যদি আপোনাৰ লʼৰা-ছোৱালী আছে, তেনেহʼলে সিহঁতক এয়া বুজিবলৈ সহায় কৰক যে যিহোৱাই সিহঁতক প্ৰেম কৰে আৰু সিহঁতক সহায় কৰিব বিচাৰে। অব্ৰাহাম, লোট আৰু যাকোবৰ দৰে বিশ্বাসী লোকসকলে যিদৰে যিহোৱাৰ পৰা সহায় বিচাৰিছিল, ঠিক সেইদৰে আমিও যিকোনো সময়ত যিহোৱাৰ পৰা সহায় বিচাৰিব পাৰোঁ। যিহোৱাই নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰিব বুলি আমি ভৰসা ৰাখিব পাৰোঁ।

আমি কি শিকিবলৈ পাম

  • যিহোৱাই যি কৰিবলৈ কয় সেয়াই কৰা, লাগিলে সেয়া কৰিবলৈ যিমানেই কঠিন নহওক কিয়

  • যিহোৱাৰ লগত থকা আমাৰ বন্ধুত্ব জগতৰ সকলো বস্তুতকৈ অতি মূল্যৱান

  • আমি আনক ক্ষমা কৰা, যিমান পাৰি সিমান সোনকালে কাজিয়া পাহৰি যোৱা আৰু একেলগে মিলিজুলি থকাটো যিহোৱাই বিচাৰে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক