সৎকৰ্ম্ম কৰাত আশা এৰি নিদিব!
ৰাতিপুৱাৰ কাৰ্য্যক্ৰম
৯:৩০ সংগীত
৯:৪০ গীতৰ সংখ্যা ৭৭ আৰু প্ৰাৰ্থনা
৯:৫০ সৎকৰ্ম্ম কৰিবলৈ কিয় সহজ নহয়?
১০:০৫ পৰিচৰ্চ্চা: শৰীৰৰ বাবে নিসিঁচিব
বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক
হিতকৰ মনোৰঞ্জন নিৰ্ব্বাচন কৰক
ঈৰ্ষা ভাৱনাক নিয়ন্ত্ৰণ কৰক
সুৰক্ষিত ভৱিষ্যতৰ বাবে ধন বিনিয়োগ কৰক
১১:০৫ গীতৰ সংখ্যা ৪৫ আৰু ঘোষণা
১১:১৫ সকলোৰে বাবে হিতজনক কৰ্ম্ম কৰক
১১:৩০ সমৰ্পণ
১২:০০ গীতৰ সংখ্যা ৬৩
আবেলিৰ কাৰ্য্যক্ৰম
১:১০ সংগীত
১:২০ গীতৰ সংখ্যা ১২৭ আৰু প্ৰাৰ্থনা
১:৩০ জনসাধাৰণৰ বাবে ভাষণ: ঈশ্বৰক ঠাট্টা কৰা উচিত নহয়—ইয়াৰ অৰ্থ কি?
২:০০ প্ৰহৰীবুৰুজৰ সাৰাংশ
২:৩০ গীতৰ সংখ্যা ৫৯ আৰু ঘোষণা
২:৪০ পৰিচৰ্চ্চা: আত্মাৰ বাবে সিঁচক
অধ্যয়ন কৰাৰ বাবে অভ্যাস কৰক
নিজৰ জীৱনত বাইবেলৰ সিদ্ধান্তবোৰ পালন কৰক
“তোমাৰ হাত কোঁচাই নাৰাখিবা”
৩:৪০ যদি আমি ক্লান্ত নহওঁ, তেনেহʼলে কি দাবলৈ সক্ষম হʼম
৪:১৫ গীতৰ সংখ্যা ১২৬ আৰু প্ৰাৰ্থনা