ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm18 পৃষ্ঠা ৬-৭
  • দেওবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দেওবাৰ
  • ২০১৮ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • দেওবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • দেওবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২৩ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০১৮ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm18 পৃষ্ঠা ৬-৭
যীচুৱে যায়ীৰৰ জীয়েকক পুনৰুত্থান কৰিছ

দেওবাৰ

“সাহিয়াল হোৱা, আৰু তোমাৰ অন্তঃকৰণ সবল হওক; পুনৰায় কওঁ, যিহোৱালৈ অপেক্ষা কৰা”—গীতমালা ২৭:১৪

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৭৩ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: হʼবলগীয়া ঘটনাবোৰৰ বাবে আমাক সাহসৰ প্ৰয়োজন হʼব

    • “শান্তি আৰু নিৰ্ব্বিঘ্নতা” বুলি কোৱাৰ সময়ত (১ থিচলনীকীয়া ৫:২, ৩)

    • মহা-বাবিলৰ বিনাশৰ সময়ত (প্ৰকাশিত বাক্য ১৭:১৬, ১৭)

    • শিলাবৃষ্টিৰ দৰে বাৰ্ত্তা ঘোষণা কৰাৰ সময়ত (প্ৰকাশিত বাক্য ১৬:২১)

    • মাগোগৰ গোগৰ দ্বাৰা আক্ৰমণ হোৱাৰ সময়ত (যিহিষ্কেল ৩৮:১০-১২, ১৪-১৬)

    • হৰমাগিদোনৰ সময়ত (প্ৰকাশিত বাক্য ১৬:১৪, ১৬)

    • পুনৰনিৰ্ম্মাণ কৰাৰ সময়ত (যিচয়া ৬৫:২১)

    • অন্তিম পৰীক্ষাৰ সময়ত (প্ৰকাশিত বাক্য ২০:৩, ৭, ৮)

  • ১১:১০ গীতৰ সংখ্যা ৮ আৰু ঘোষণা

  • ১১:২০ জন ভাষণ: পুনৰুত্থানৰ আশাই কেনেকৈ সাহসী কৰি তোলে? (মাৰ্ক ৫:৩৫-৪২; লূক ১২:৪, ৫; যোহন ৫:২৮, ২৯; ১১:১১-১৪)

  • ১১:৫০ প্ৰহৰীবুৰুজৰ সাৰাংশ

  • ১২:২০ গীতৰ সংখ্যা ১৫১ আৰু বিৰতি

যোনাই নীনবি নগৰলৈ খোজকাঢ়ি গৈছ

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ৫

  • ১:৫০ নাটক: যোনা এক সত্য কাহিনী—সাহস আৰু দয়াৰ এক উদাহৰণ (যোনা ১-৪)

  • ২:৪০ গীতৰ সংখ্যা ৭১ আৰু ঘোষণা

  • ২:৫০ সিহঁতৰ সঙ্গীবোৰতকৈ আমাৰ সঙ্গী অধিক! (দ্বিতীয় বিবৰণ ৭:১৭, ২১; ২৮:২; ২ ৰাজাৱলি ৬:১৬; ২ বংশাৱলি ১৪:৯-১১; ৩২:৭, ৮, ২১; যিচয়া ৪১:১০-১৩)

  • ৩:৫০ সমাপ্তিৰ গীত আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক