শুক্ৰবাৰ
‘আমাৰ বিশ্বাস বঢ়াওক’—লূক ১৭:৫
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ৫ আৰু প্ৰাৰ্থনা
৯:৪০ চেয়াৰমেনৰ পৰিচয়: বিশ্বাস কিমান শক্তিশালী? (মথি ১৭:১৯, ২০; ইব্ৰী ১১:১)
১০:১০ পৰিচৰ্চ্চা: আমি কিয় বিশ্বাস কৰোঁ . . .
• ঈশ্বৰৰ অস্তিত্বৰ ওপৰত (ইফিচীয়া ২:১, ১২; ইব্ৰী ১১:৩)
• ঈশ্বৰৰ বাক্যৰ ওপৰত (যিচয়া ৪৬:১০)
• ঈশ্বৰৰ নৈতিক মানদণ্ডৰ ওপৰত (যিচয়া ৪৮:১৭)
• ঈশ্বৰৰ প্ৰেমৰ ওপৰত (যোহন ৬:৪৪)
১১:০৫ গীতৰ সংখ্যা ৩৭ আৰু ঘোষণা
১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: নোহ—বিশ্বাসৰ বাবে তেওঁ আজ্ঞাকাৰী হৈ থাকিল (আদিপুস্তক ৬:১–৮:২২; ৯:৮-১৬)
১১:৪৫ ‘সন্দেহ নকৰি বিশ্বাস কৰক’ (মথি ২১:২১, ২২)
১২:১৫ গীতৰ সংখ্যা ১১৮ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ২
১:৫০ পৰিচৰ্চ্চা: সৃষ্টিৰ বিষয়ে শিকি নিজৰ বিশ্বাস দৃঢ় কৰক
• তৰাবোৰ (যিচয়া ৪০:২৬)
• মহাসাগৰ (গীতমালা ৯৩:৪)
• অৰণ্য (গীতমালা ৩৭:১০, ১১, ২৯)
• বতাহ আৰু পানী (গীতমালা ১৪৭:১৭, ১৮)
• সাগৰৰ প্ৰাণীবোৰ (গীতমালা ১০৪:২৭, ২৮)
• আমাৰ শৰীৰ (যিচয়া ৩৩:২৪)
২:৫০ গীতৰ সংখ্যা ১৪৮ আৰু ঘোষণা
৩:০০ যিহোৱাৰ শক্তিশালী কামবোৰে আমাৰ বিশ্বাস দৃঢ় কৰে (যিচয়া ৪৩:১০; ইব্ৰী ১১:৩২-৩৫)
৩:২০ পৰিচৰ্চ্চা: বিশ্বাসীসকলৰ দৰে হওক, দুষ্টৰ দৰে নহয়
• হেবলৰ দৰে হওক, কয়িনৰ দৰে নহয় (ইব্ৰী ১১:৪)
• হনোকৰ দৰে হওক, লেমকৰ দৰে নহয় (ইব্ৰী ১১:৫)
• নোহৰ দৰে হওক, তেওঁৰ ওচৰ-চুবুৰীয়াৰ দৰে নহয় (ইব্ৰী ১১:৭)
• মোচিৰ দৰে হওক, ফৌৰণৰ দৰে নহয় (ইব্ৰী ১১:২৪-২৬)
• যীচুৰ শিষ্যসকলৰ দৰে হওক, ফৰীচীসকলৰ দৰে নহয় (পাঁচনিৰ কৰ্ম্ম ৫:২৯)
৪:১৫ ‘তোমালোক বিশ্বাসত আছা নে নাই, তাক পৰীক্ষা কৰা’—কেনেকৈ? (২ কৰিন্থীয়া ১৩:৫, ১১)
৪:৫০ গীতৰ সংখ্যা ১১৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা