ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০৩ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০৩ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ ফেব্ৰু. ১

“কিছুমান লোকে বাস্তৱিকতে এজন ঈশ্বৰ আছে বুলি সন্দেহ কৰে। আনসকলে কয় যে তেওঁ যদিও অস্তিত্বত আছে তথাপিও তেওঁলোকৰ পৰা বহু আঁতৰত আছে। আপুনি এই বিষয়ে লক্ষ্য কৰিছেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] মন দিয়ক যে কিয় ব্যক্তিগতভাৱে ঈশ্বৰক জনাটো গুৰুত্বপূৰ্ণ। [যোহন ১৭:⁠৩ পদটো পঢ়ক।] এই বিষয়ে এই সংখ্যাৰ আলোচনীখনৰ প্ৰথমটো প্ৰবন্ধত পঢ়ি আপুনি অধিক ইচ্ছুক হʼব।”

সচেতন! ফেব্ৰু. ২২

“আপুনি ভাবেনে যে ঈশ্বৰে মানুহক, আনকি সৰু লʼৰা-ছোৱালীক পুষ্টিকতাহীনত ভুগিবলৈ অনুমতি দিছে? [উত্তৰৰ বাবে অলপ ৰওক।] বাইবেলত এই বিষয়ে দিয়া শান্ত্বনাদায়ক প্ৰতিজ্ঞাটোক লক্ষ্য কৰক। [গীতমালা ৭২:⁠১৬ পদটো পঢ়ক।] এই সংখ্যাৰ সচেতন! আলোচনীখনে পুষ্টিহীনতাৰ কাৰণসমূহৰ বিষয়ে আলোচনা কৰিছে আৰু মন কৰিবলগীয়া এই যে ঈশ্বৰে অতি শীঘ্ৰেই ইয়াৰ অন্ত কৰিবলৈ প্ৰতিজ্ঞা কৰিছে।”

প্ৰহৰীবুৰুজ ফেব্ৰু. ১

“‘যীচু আমাৰ বাবে নিজৰ প্ৰাণ দিলে’ বুলি কোৱা উক্তিটো আমি সকলোৱে শুনিছোঁ। [যোহন ৩:⁠১৬ পদটো উদ্ধৃত কৰক।] এজন মানুহৰ মৃত্যুৰ দ্বাৰা কেনেকৈ সকলোৱে উদ্ধাৰ পাব পাৰে, এই বুলি ভাবি আপুনি কেতিয়াবা আচৰিত হৈছেনে? [উত্তৰ বাবে সময় দিয়ক।] বাইবেলে এই বিষয়ে এক সৰল উত্তৰ দিছে। এই আলোচনীখনত থকা দুয়োখন লেখে যীচুৰ মৃত্যুৰ অভিপ্ৰায়ৰ বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰিছে।

সচেতন! মাৰ্চ ৮

“জীৱনত সম্মুখীন হোৱা সমস্যাসমূহৰ স্বত্ত্বেও আমি ঈশ্বৰক ধন্যবাদ দিয়াৰ কাৰণ আছে বুলি আপুনি মান্তি নহʼবনে? [উত্তৰৰ বাবে অলপ ৰওক।] ধন্যবাদ দিয়াৰ এটা কাৰণ হৈছে আমাক আচৰিতৰূপে নিৰ্ম্মাণ কৰা হʼল। [গীতমালা ১৩৯:⁠১৪.] জীৱনটোৰ অৰ্থ বুজিবলৈ আমাক দিয়া জ্ঞানৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ এই বিষয়ে এই সচেতন! আলোচনীখনত বৰ্ণনা কৰা হৈছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক