ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০৪ পৃষ্ঠা ৩
  • মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ
  • ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • প্ৰচাৰ কাৰ্য্যত প্ৰস্তুত কৰা প্ৰস্তাৱনাবোৰৰ পৰামৰ্শ দিয়া হ’ল
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পিতৃ-মাতৃসকল, আপোনালোকৰ বহুমূলীয়া উত্তৰাধিকাৰীক ৰক্ষা কৰক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০৪ পৃষ্ঠা ৩

মহান শিক্ষকজনৰ পৰা শিক্ষা লাভ কৰা কিতাপখনৰ বিতৰণ

▪ “আপুনি ভাবেনে যে যদি লোকবিলাকে এই বাক্যশাৰীক পালন কৰে, তেনেহʼলে জগতখন এখন উত্তম স্থান হৈ পৰিব? [মথি ৭:⁠১২⁠ক পদটো পঢ়ক। উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই কিতাপখনত সেই মহান শিক্ষক জনৰ বহুতো উপদেশ দিয়া আছে যিজনে কেতিয়াবা এই পৃথিৱীত জীৱিত আছিল।” কিতাপখনৰ ১৭ অধ্যায়ত দিয়া ছবি আৰু শিৰোনামাটো আলোকপাত কৰক।

▪ “বহুতো পিতৃ-মাতৃয়ে আজি তেওঁলোকৰ লʼৰা-ছোৱালীক লাহে লাহে নৈতিক লাভসমূহৰ বিষয়ে শিক্ষা প্ৰদান কৰিছে। আপুনি ভাবেনে যে তেনে কৰাটো অতি আৱশ্যক? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছিত হিতোপদেশ ২২:⁠৬ পদটো পঢ়ক।] লক্ষ্য কৰক যে ইয়াত পিতৃ-মাতৃসকলক তেওঁলোকৰ লʼৰা-ছোৱালীক বাল্যকালৰে পৰা শিক্ষা প্ৰদান কৰিবলৈ উৎসাহিত কৰিছে। এই কিতাপখন লʼৰা-ছোৱালীক সহায় কৰিবলৈ ছপা কৰা হৈছে।” কিতাপখনৰ ১৫, ১৮ বা ৩২ অধ্যায়ৰ ছবি আৰু শিৰোনামাটো দাঙি ধৰক।

▪ “কেতিয়াবা লʼৰা-ছোৱালীৰ প্ৰশ্ন শুনি পিতৃ-মাতৃয়ে প্ৰায়ে আচৰিত হয়। তেওঁলোকে সোধা কিছুমান প্ৰশ্নৰ উত্তৰ দিবলৈ পিতৃ-মাতৃয়ে কঠিন অনুভৱ নকৰেনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক। তাৰ পিছত ২ তীমথিয় ৩:⁠১৪, ১৫ পদটো পঢ়ক।] শাস্ত্ৰত কৈছে যে তীমথিয়ৰ মাক আৰু আইতাকে তেওঁক নাবালক অৱস্থাৰে পৰা শিক্ষা প্ৰদান কৰিছিল। এই কিতাপখনে আজিৰ সময়ৰ লʼৰা-ছোৱালীক শিক্ষা প্ৰদান কৰাত পিতৃ-মাতৃক সহায় কৰিব পাৰে।” কিতাপখনৰ ১১ আৰু ১২ বা ৩৪ পৰা ৩৬ অধ্যায়ত দিয়া ছবিসমূহ দেখুৱাউক আৰু তাৰ শিৰোনামাবোৰ উল্লেখ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক