ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১/০৫ পৃষ্ঠা ৮
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০২ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপুনি আলোচনীসমূহৰ বিষয়ে কি ক’ব?
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১/০৫ পৃষ্ঠা ৮

আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?

প্ৰহৰীবুৰুজ জানুৱাৰী ১

অনুগামীসকলে অনুকৰণ কৰিবলৈ পৃথিৱীত থকাৰ সময়ছোৱাত যীচুৱে এক উত্তম আৰ্হি প্ৰস্তুত কৰিলে। [যোহন ১৩:⁠১৫ পদটো পঢ়ক।] আমি তেওঁৰ আৰ্হিক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ, এই বিষয়ে আপুনি কি ভাবে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] আলোচনীখনৰ এই লেখটোত বুজাই দিয়া হৈছে যে আমি কেনেকৈ যীচুৰ আৰ্হিক অনুকৰণ কৰিব পাৰোঁ।”

সচেতন! জানুৱাৰী ২২

“আমি কোনো শাৰীৰিক সমস্যাৰ সম্মুখীন হোৱাৰ সময়ছোৱাত আমাৰ প্ৰতি সহানুভূতি দেখুৱা চিকিৎসক জনৰ প্ৰতি অতি কৃতজ্ঞ হওঁ। কিন্তু কিমানজন ৰোগীয়ে চিকিৎসকসকলৰ অনুভূতিৰ বিষয়ে বিবেচনা কৰে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই আলোচনীখনত চিকিৎসকসকলে সম্মুখীন হোৱা প্ৰত্যাহ্বানবোৰৰ বিষয়ে আৰু ভৱিষ্যতে কেনে প্ৰতিকাৰক ঔষধৰ ব্যৱস্থা কৰা হʼব সেই সম্পৰ্কে আলোচনা কৰা হৈছে।” যিচয়া ৩৩:⁠২৪ পদটো পঢ়ক।

প্ৰহৰীবুৰুজ ফেব্ৰুৱাৰী ১

মণি-মুকুটাবোৰক সদায়ে বহুমূলীয়া অলঙ্কাৰস্বৰূপে জ্ঞান কৰা হয়। যীচুৱে স্বৰ্গীয় ৰাজ্যৰ তুলনা উত্তম মণি-মুকুটা বিচাৰি যাত্ৰা কৰা এজন সদাগৰৰ সৈতে কৰিছিল। [মথি ১৩:⁠৪৫, ৪৬ পদটো পঢ়ক।] আলোচনীখনৰ এই লেখটোত সেই দৃষ্টান্ত আৰু আধুনিক সময়ত কেনেকৈ ইয়াৰ প্ৰযোজ্য হয় এই বিষয়ে বৰ্ণনা কৰিছে।

সচেতন! ফেব্ৰুৱাৰী ৮

“বৰ্তমান সময়ত আমি অধিককৈ মানসিক হেঁচাৰ সম্মুখীন হৈছোঁ বুলি আপুনি মান্তি নহʼবনে? [উত্তৰৰ বাবে ক্ষন্তেক ৰওক।] এই বিষয়ে বাইবেলত সঠিককৈ আগতেই ভৱিষ্যতবাণী কৰা হʼল। [২ তীমথিয় ৩:⁠১ পদটো পঢ়ক।] এই আলোচনীখনত আপুনি আৰু আপোনাৰ পৰিয়ালবৰ্গই কেনেকৈ মানসিক হেঁচবোৰৰ সৈতে সফলতাৰে সম্মুখীন হʼব পাৰে এই বিষয়ে ব্যৱহাৰিক সহায় আগবঢ়াইছে।”

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক