আপুনি আলোচনীসমূহৰ বিষয়ে কি কʼব?
প্ৰহৰীবুৰুজ জানু. ১
“আপুনি কেতিয়াবা ইয়াকে দেখি আচৰিত হৈছেনে বাৰু কিয় কিছুমান লোকৰ জীৱন অন্যৰ তুলনাত দেখিবলৈ আৰামদায়ক? এই বিষয়ে বাইবেলত এনেদৰে উল্লেখ কৰিছে। (ইয়োব ৩৪:১৯ পদটো পঢ়ক।) এই আলোচীনখনত উল্লেখ কৰিছে যে কেনেকৈ ঈশ্বৰৰ দৃষ্টিত শ্ৰেণীযুক্ত বিষয় অতীতৰ কাৰণ হʼব।”
প্ৰহৰীবুৰুজ জানু. ১
আপুনি এইটো ভাবেনে যে আমি আমাৰ ধৰ্ম্মৰ বিষয়ে অন্য ধৰ্ম্ম মনা লোকসকলৰ সৈতে আলোচনা কৰা উচিত? [উত্তৰ বাবে ক্ষন্তেক ৰওঁক।] আমাৰ ধৰ্ম্মত আমি যি উত্তম বিষয়ে শিকিছোঁ তাক জনাবলৈ কোৱা হৈছে। [মথি ২৪:১৪ পদটো পঢ়ক] এই শুভবাৰ্ত্তাটো কি, তাৰ বিষয়ে জানিবলৈ বিচাৰিবনে? অন্ততঃ তেওঁক প্ৰহৰীবুৰুজ আলোচনীখন লবলৈ উৎসাহিত কৰক।
প্ৰহৰীবুৰুজ জানু. ১
“বৰ্ত্তমান সময়তো বহুতো লোকে সকলো ধৰ্ম্মত থকা উত্তম কাৰ্য্যৰ বিষয়ে দাঙি ধৰে, কিন্তু সৰহভাগ লোকে তেনে উত্তম কাৰ্য্য কৰেনে? [উত্তৰ পোৱাৰ পাছত ৰোমীয়া ২:২১, ২২ পদটো পঢ়ক।] আমি সকলোকে এই লেখটোৰ অনুসাৰে ‘একেৰাহে মঙ্গলময় প্ৰকাশ’ কৰিবলৈ উৎসাহিত কৰিছোঁ। আপুনি এই আলোচনীখন পঢ়িবলৈ বিচাৰিবনে?”
প্ৰহৰীবুৰুজ জানু. ১
“যদি সকলো ধৰ্ম্মই আমাক প্ৰেম কৰিবলৈ শিকাইছে তেন্তে জগতত কিয় ইমান অধিক ঘৃণা ভাব দেখা গৈছে? [১ যোহন ৩:১১, ১২ পদটো পঢ়ক।] ইতিহাসত প্ৰথমে কয়িনে নিজৰ ভায়েক হাবিলৰ হত্যা কৰিছিল আৰু ভায়েকৰ তুলনাত তেওঁ একেবাৰে ভিন্ন আছিল। তেওঁ কিহৰ বাবে তেনে কাৰ্য্য কৰিলে, ইয়াকে জানিবলৈ প্ৰহৰীবুৰুজৰ এই লেখটোক পঢ়ক।”