ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৮/০৫ পৃষ্ঠা ৬
  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ
  • ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • এদিনীয়া বিশেষ সন্মিলনৰ নতুন কাৰ্য্যক্ৰম
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • চাৰ্কিট সন্মিলন কাৰ্য্যক্ৰমৰ পুনৰ নিৰীক্ষণ
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • আপোনাৰ চকু নিৰ্মল ৰাখক
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ
    ২০০৪ আমাৰ ৰাজ্য পৰিচৰ্য্যা
আৰু চাওক
২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৮/০৫ পৃষ্ঠা ৬

এদিনীয়া বিশেষ সন্মিলনৰ পুনৰ নিৰীক্ষণ

এই ভাগটো মণ্ডলীয়ে ২০০৬ চনৰ সেৱা বছৰত হʼবলগীয়া বিশেষ এদিনীয়া সন্মিলনত উপস্থিত হোৱাৰ অলপ পূৰ্বে আৰু পিছত সেৱা সভাত আলোচনা কৰা হʼব। প্ৰিজাইডিং ওভাৰচিয়াৰে আগষ্ট ২০০৪ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ ৪ পৃষ্ঠাত দিয়া পৰিলেখৰ অনুসাৰে আগতীয়াকৈ নিৰীক্ষণ আৰু সন্মিলনৰ পিছত পুনৰ নিৰীক্ষণ কৰিবলৈ ব্যৱস্থা কৰা উচিত। এই পুনৰ নিৰীক্ষণ সময়ত সন্মিলনত প্ৰস্তুত কৰা সংবাদবোৰ আমি কেনেকৈ নিজৰ জীৱনত প্ৰযোজ্য কৰিব পাৰোঁ, সেই বিষয়ে মনোযোগ দি প্ৰশ্ন সোধা উচিত।

ৰাতিপুৱাৰ কাৰ্য্যক্ৰম

১. চকু নিৰ্ম্মল ৰাখাৰ অৰ্থ কি আৰু তেনে কৰাটো বৰ্তমান সময়ত বিশেষকৈ কিয় প্ৰত্যাহ্বানজনক? (“নিজৰ চকু কিয় নিৰ্ম্মল ৰাখা উচিত?”)

২. চকু নিৰ্ম্মল ৰাখি আমি কেনেকৈ লাভৱান হʼব পাৰোঁ? (“চকু নিৰ্ম্মল ৰাখি আশীৰ্ব্বাদ লাভ কৰা”)

৩. সাধাৰণ যেন লগা কাৰ্য্যকলাপবোৰৰ পৰা কেনে বিপদ আহিব পাৰে? (“দুষ্টতাপূৰ্ণ জগতত চকু নিৰ্ম্মল ৰাখা”)

আবেলিৰ কাৰ্য্যক্ৰম

৪. ডেকা ব্যক্তিসকলে আধ্যাত্মিক লক্ষ্য ৰাখিবলৈ পিতৃ-মাতৃ আৰু আনসকলে কেনেকৈ উৎসাহিত কৰিব পাৰে? (“পিতৃ-মাতৃসকলে নিজৰ কাঁড়বোৰ সঠিকভাৱে টোঁৱাই” আৰু “আধ্যাত্মিক লক্ষ্য ৰাখা যুৱা ব্যক্তিসকল”)

৫. আমি (ক) ব্যক্তিগত (খ) পৰিয়াল (গ) মণ্ডলী হিচাপে কেনেকৈ যিহোৱাৰ সংগঠনৰ সৈতে আগবাঢ়ি যাব পাৰোঁ? (“যিহোৱাৰ সংগঠনৰ সৈতে আগবাঢ়ি যাবলৈ মনোযোগ দিয়ক”)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক