ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 জানুৱাৰী পৃষ্ঠা ১
  • প্ৰদৰ্শনৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰদৰ্শনৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে (ট্ৰেক্ট T-35)
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে (ট্ৰেক্ট T-35) শেষৰ পৃষ্ঠা
  • ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 জানুৱাৰী পৃষ্ঠা ১
মাদাগাস্কাৰত ভনীকেইজনীয়ে ভাল খবৰ নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিছে

মাদাগাস্কাৰত ভনীকেইজনীয়ে ভাল খবৰ নামৰ ব্ৰচাৰখন ব্যৱহাৰ কৰিছে

প্ৰদৰ্শনৰ বাবে আৰ্হি

মৃত লোকসকল পুনৰ জীৱিত হʼবনে (ট্ৰেক্ট T-35)

মৃত লোকসকল পুনৰ জীৱিত হʼবনে নামৰ ট্ৰেক্ট

প্ৰশ্ন: কিবা কাৰণত মৃত্যু হোৱা আপোনজনাক পুনৰ দেখা পোৱাতো সম্ভৱনে?

পদ: পাঁচনিৰ কৰ্ম্ম ২৪:১৫

প্ৰস্তাৱ: ঈশ্বৰে মৃত লোকসকলক পুনৰ জীৱিত কৰিব বুলি কৰা প্ৰতিজ্ঞাৰ ওপৰত আমি কিয় বিশ্বাস কৰিব পাৰোঁ, তাৰ বিষয়ে এই ট্ৰেক্টখনে তিনিটা কাৰণ বৰ্ণনা কৰিছে।

মৃত লোকসকল পুনৰ জীৱিত হʼবনে (ট্ৰেক্ট T-35) শেষৰ পৃষ্ঠা

প্ৰশ্ন: মানুহে কেৱল ৭০ বা ৮০ বছৰলৈকে জীয়াই থাকে, কিন্তু কিছুমান কাছ ১৫০ বছৰ আৰু কিছুমান গছ হাজাৰ হাজাৰ বছৰ জীয়াই থাকে। এতিয়া প্ৰশ্ন হʼব পাৰে যে মানুহৰ জীৱন কাল ইমান কম কিয়?

পদ: আদিপুস্তক ৩:১৭-১৯

প্ৰস্তাৱ: এই প্ৰশ্নৰ উত্তৰ শাস্ত্ৰৰ আধাৰত ঈশ্বৰৰপৰা এটা ভাল খবৰ! নামৰ ব্ৰচাৰখনৰ ৬ অধ্যায়ত দিয়া হৈছে।

ঈশ্বৰৰপৰা এটা ভাল খবৰ!

ঈশ্বৰৰপৰা ভাল খবৰ! নামৰ ব্ৰচাৰ

প্ৰস্তাৱ: বিনামূলীয়া বাইবেল অধ্যয়নৰ এটা ব্যৱস্থাৰ বিষয়ে মই আপোনাক কʼবলৈ আহিলোঁ। এই ব্ৰচাৰখনে আপোনাৰ বাইবেলৰপৰা কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ সহায় কৰিব।

প্ৰশ্ন: আপুনি কেতিয়াবা বাইবেলখন পঢ়িছেনে? এই ব্ৰচাৰখনৰ পাঠবোৰ যে সহজ, তাক মই আপোনাক দেখুৱাওঁ। [দ্বিতীয় পাঠটোৰ প্ৰথম প্ৰশ্নটো আলোচনা কৰক]

পদ: প্ৰকা ৪:১১

নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক

আগৰ উদাহৰণবোৰৰ ফমে ব্যৱহাৰ কৰি ঘোষণা কায্যৰ বাবে নিজৰ প্ৰদশন প্ৰস্তুত কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক