ছেয়েৰা লিঅʼনৰ এখন বজাৰত ঘোষণা কাৰ্য্য কৰিছে
প্ৰদৰ্শনৰ বাবে আৰ্হি
জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম? (T-37)
প্ৰশ্ন: আমি সকলোকে এনে এক ৱেবছাইটৰ বিষয়ে জানিবলৈ সহায় কৰিছোঁ, যিয়ে ভালদৰে জীৱন অতিবাহিত কৰিবলৈ ব্যৱহাৰিক পৰামৰ্শ আগবঢ়ায়।
পদ: গীত ৩২:৮
কওক: ট্ৰেক্টখনত উল্লেখ থকা ভিডিঅ’ আৰু প্ৰকাশনবোৰৰ বিষয়ে ছবিবোৰৰ সহায়ত বৰ্ণনা কৰক।
জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাম? (T-37)
প্ৰশ্ন: আমাৰ জীৱনৰ উদ্দেশ্য কি, তাৰ বিষয়ে আপুনি কেতিয়াবা চিন্তা কৰিছেনে? ঈশ্বৰে কিয় দুখ-কষ্টবোৰৰ অনুমতি দিছে আৰু মৃত্যু হʼলে আমাৰ কি হয়? এই প্ৰশ্নবোৰৰ উত্তৰ আমি কʼত বিচাৰি পাম? [যদি গৃহস্থই আগ্ৰহ দেখুৱায়, তেনেহʼলে আলোচনা আগবঢ়াই নিয়ক।]
পদ: গীত ১১৯:১৪৪, ১৬০
কওক: এই ট্ৰেক্টখনে আমাৰ jw.org ৱেবছাইটত বৰ্ণনা কৰা বহুতো ব্যৱহাৰিক বিষয় জানিবলৈ সহায় কৰিব।
সত্য শিকাওক
প্ৰশ্ন: এনে এক সময় আহিব নেকি, যেতিয়া মৃত্যু আৰু নাথাকিব? এই বিষয়ে আপুনি কি ভাবে?
পদ: ১কৰি ১৫:২৬
সত্যতা: যিহোৱা ঈশ্বৰে সদায় কালৰ বাবে মৃত্যুক নাইকিয়া কৰিব।
নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
উল্লেখিত উদাহৰণবোৰ ব্যৱহাৰ কৰি নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক।