ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 অক্টোবৰ পৃষ্ঠা ১
  • প্ৰদৰ্শনৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰদৰ্শনৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে? (T-৩৫)
  • সত্য শিকাওক
  • মৃত লোকসকল পুনৰ জীৱিত হʼবনে? (T-৩৫)
  • নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 অক্টোবৰ পৃষ্ঠা ১
এজন ভায়ে টুৱালো বীপত পুনৰ জীৱিত ক্টখন ঘোষণা কাৰ্য্যত আগবঢ়াইছ

টুৱালো দ্বীপত পুনৰ জীৱিত ট্ৰেক্টখন ঘোষণা কাৰ্য্যত আগবঢ়োৱা হৈছে

প্ৰদৰ্শনৰ বাবে আৰ্হি

মৃত লোকসকল পুনৰ জীৱিত হʼবনে? (T-৩৫)

মৃত লোকসকল পুনৰ জীৱিত হ’বনে?

প্ৰশ্ন: পৃথিৱীৰ বহুতোলোকে মৃত হোৱা আপোনজনাক এক বিশেষ দিনত সোঁৱৰণ কৰে। মৃত হোৱা আপোনজনাক পুনৰ লগ পাম বুলি আমি আশা কৰিব পাৰোঁনে?

পদ: পাঁচ ২৪:১৫

কওক: পুনৰুত্থানে আপোনাৰ বাবে কি অৰ্থ ৰাখে, তাৰ বিষয়ে এই ট্ৰেক্টখনত আলোচনা কৰা হৈছে। [যদি সম্ভৱ হয়, তেনেহʼলে মৃত লোকসকলৰ বাবে কিবা আশা আছেনে? ভিডিঅʼখন দেখুৱাওক।]

সত্য শিকাওক

এখন খোলা বাইবেল

প্ৰশ্ন: আমি ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম কেনেকৈ দেখুৱাব পাৰোঁ?

পদ: ১যোহ ৫:৩

সত্যতা: আমি ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাৰ যোগেদি তেওঁৰ প্ৰতি আমাৰ প্ৰেম দেখুৱাব পাৰোঁ।

মৃত লোকসকল পুনৰ জীৱিত হʼবনে? (T-৩৫)

প্ৰশ্ন: আপুনি লক্ষ্য কৰিছেনে, মানুহে কেৱল ৭০ বা ৮০ বছৰ জীয়াই থাকে। কিন্তু কিছুমান কাছ ১৫০ বছৰ আৰু কিছুমান গছ হাজাৰ বছৰলৈকে জীয়াই থাকে। এতিয়া প্ৰশ্ন হʼব পাৰে যে মানুহৰ জীৱন কাল ইমান কম কিয়?

পদ: আদিপুস্তক ৩:১৭-১৯

কওক: মৃত্যুৰ কবলত থকা লোকসকলৰ বাবে কি আশা আছে, তাৰ বিষয়ে এই ট্ৰেক্টখনে বৰ্ণনা কৰিছে।

নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক

উল্লেখিত উদাহৰণবোৰ ব্যৱহাৰ কৰি নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক