ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ১
  • প্ৰদৰ্শনৰ বাবে আৰ্হি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰদৰ্শনৰ বাবে আৰ্হি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • উপশীৰ্ষক
  • মিল থকা বিষয়
  • জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাব? (T-37)
  • সত্য শিকাওক
  • মণ্ডলীৰ সভাবোৰৰ বাবে নিমন্ত্ৰণ (inv)
  • নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • প্ৰদৰ্শনৰ বাবে আৰ্হি
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ১
দুগৰাকী যিহোৱাৰ সাক্ষীয়ে সভাৰ বাবে এজন ব্যক্তিক নিমত্ৰণ কৰিছ

কুক দ্বীপপুঞ্জত থকা লোকসকলক সভাৰ বাবে নিমন্ত্ৰণ কৰা হৈছে

প্ৰদৰ্শনৰ বাবে আৰ্হি

জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ উত্তৰ কʼত বিচাৰি পাব? (T-37)

জীৱনৰ গুৰুপূৰ্ণ পনবোৰৰ উত্তৰ ক’ত বিচাৰি পাব?

প্ৰশ্ন: পৰিয়াল, কিশোৰ-কিশোৰী আৰু লʼৰা-ছোৱালীৰ বাবে উপযুক্ত সহায় কʼৰপৰা লাভ কৰিব পাৰি? ইয়াক কেনেকৈ সহজে লাভ কৰিব পাৰি, তাৰ বিষয়ে আমি সকলোকে জনাইছোঁ। [যদি গৃহস্থই আগ্ৰহ দেখুৱায়, তেনেহʼলে ট্ৰেক্টখন আগবঢ়াওক।]

পদ: গীত ১১৯:১০৫

কওক: [ট্ৰেক্টখনৰ দ্বিতীয় পৃষ্ঠা দেখুৱাওক।] jw.org ৱেবছাইটত বিভিন্ন বিষয়ৰ ওপৰত বেলেগ বেলেগ লেখ আৰু ভিডিঅ’ উপলব্ধ আছে।

সত্য শিকাওক

এখন খোলা বাইবেল

প্ৰশ্ন: আপুনি কি ভাবে, বিজ্ঞানে বাইবেলক মিছা বুলি প্ৰমাণ কৰিছে নেকি?

পদ: যিচ ৪০:২২

সত্যতা: বিজ্ঞানৰ লগত জড়িত থকা বিষয়বোৰৰ ওপৰত বাইবেলে যি বৰ্ণনা কৰিছে, সেয়া সঠিক হয়।

মণ্ডলীৰ সভাবোৰৰ বাবে নিমন্ত্ৰণ (inv)

মডলীৰ সভাবোৰৰ বাবে নিমত্ৰণ

কওক: শাস্ত্ৰৰ আধাৰত এক বিশেষ ভাষণৰ বাবে মই আপোনাক নিমন্ত্ৰণ কৰিব বিচাৰোঁ। এই ভাষণ ৰাজ্যগৃহত দিয়া হʼব, যʼত আমাৰ সভা হয়। [সভাৰ বাবে নিমন্ত্ৰণ-পত্ৰখন আগবঢ়াওক। নিমন্ত্ৰণ-পত্ৰখনত উল্লেখ থকা সভাৰ সময় আৰু ঠিকনা দেখুৱাওক আৰু দেওবাৰে হʼবলগীয়া জন ভাষণৰ বিষয়টো কওক।]

প্ৰশ্ন: আপুনি কেতিয়াবা আমাৰ ৰাজ্যগৃহলৈ গৈছেনে? [যদি সম্ভৱ হয়, তেনেহʼলে যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? ভিডিঅʼখন দেখুৱাওক।]

নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক

উল্লেখিত উদাহৰণবোৰ ব্যৱহাৰ কৰি নিজৰ প্ৰদৰ্শন তৈয়াৰ কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক