ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 অক্টোবৰ পৃষ্ঠা ৬
  • যিহোৱা ঈশ্বৰক উত্তম বলিদান আগবঢ়াওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা ঈশ্বৰক উত্তম বলিদান আগবঢ়াওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • মিল থকা বিষয়
  • “যিহোৱাৰ সকলো পথ সৰল”
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ সৈতে চলি লাভৱান হওক
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • যিহোৱাক উত্তম দিয়ক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 অক্টোবৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | হোচেয়া ৮-১৪

যিহোৱা ঈশ্বৰক উত্তম বলিদান আগবঢ়াওক

১৪:২, ৪, ৯

আপোনাৰ উত্তম বলিদানে যিহোৱা ঈশ্বৰক আনন্দিত কৰিব আৰু আপুনি নিজেও উপকৃত হʼব

আমাৰ উত্তম বলিদানে যিহোৱা ঈশ্বৰক আনন্দিত কৰে আৰু আমিও উপকৃত হওঁ

যিহোৱা ঈশ্বৰৰ লগত থকা আপোনাৰ সম্পৰ্ক

  1. আপুনি যিহোৱা ঈশ্বৰলৈ স্তুতিৰূপী বলিদান আগবঢ়ায়

  2. যিহোৱা ঈশ্বৰে আপোনাৰ পাপ ক্ষমা কৰে, তেওঁৰ অনুমোদন দিয়ে আৰু তেওঁ নিজৰ বন্ধু হিচাপে গ্ৰহণ কৰে

  3. যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰি আপুনি কিমান উপকৃত হৈছে, আপুনি নিজেই তাৰ অনুভৱ কৰিব পাৰিব আৰু ইয়ে আপোনাক তেওঁক প্ৰশংসা কৰিবলৈ প্ৰেৰণা যোগাব

আপুনি জানেনে?

ইস্ৰায়েলীসকলে বলিদান কৰা জীৱ-জন্তুৰ ভিতৰত গৰু আটাইতকৈ ডাঙৰ জন্তু আছিল আৰু ইয়াক এক উত্তম বলিদান বুলি গণ্য কৰা হৈছিল। কেতিয়াবা কেতিয়াবা পুৰোহিতসকল বা ইস্ৰায়েল ৰাষ্ট্ৰৰ বাবে গৰু বলিদান কৰা হৈছিল। আমাৰ ওঁঠেৰে কৰা প্ৰশংসাক যিহোৱাই এক প্ৰকাৰৰ উত্তম বলিদান বুলি গণ্য কৰে।

এজন ইসায়েলীয়ে এটা গৰুক বলিদানৰ বাবে লৈ গৈছ

যিহোৱা ঈশ্বৰক মই কি কি উপায়েৰে উত্তম বলিদান আগবঢ়াব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক