ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 নৱেম্বৰ পৃষ্ঠা ৪
  • যিহোৱাক উত্তম দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাক উত্তম দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • যিহোৱা ঈশ্বৰক উত্তম বলিদান আগবঢ়াওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • “মই তোমাৰ মুখৰ সহায় হৈ, তুমি কব লগীয়া কথা তোমাক শিকাম।”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • প্ৰলোভনৰ সন্মুখীন হোৱাৰ সময়ত যীচুৰ দৰে প্ৰতিৰোধ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • প্ৰায়শ্চিত্ত-দিনৰপৰা আমি কি শিকিব পাৰোঁ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 নৱেম্বৰ পৃষ্ঠা ৪
ছবি: ইস্ৰায়েলীসকলে যিহোৱাক এই বস্তুবোৰ উৎসৰ্গ কৰিব পাৰিছিল: ১. মৈদা ২. পাৰ ৩. এটা পৰিয়ালে পুৰোহিতক বলিদান কৰিবলৈ মেৰ দিছে।

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লেবীয়া পুস্তক ৪-৫

যিহোৱাক উত্তম দিয়ক

৫:৫-৭, ১১

যিহোৱাক ইস্ৰায়েলীসকলে নিজৰ উত্তম বলিদান দিয়াটো বিচাৰিছিল। যদি এজন ইস্ৰায়েলীৰ জীৱ-জন্তু বলিদান কৰিবলৈ সামৰ্থ নাথাকে, তেনেহʼলে তেওঁলোকে “আটাগুড়ি” উৎসৰ্গ কৰিব পাৰিছিল। উৎসৰ্গৰ কাৰণে যিকোনো আটা নহয় ‘মৈদা’হে উৎসৰ্গ কৰিব লগীয়া হৈছিল। যাৰপৰা বিশেষ অতিথিসকলৰ বাবে ৰুতি তৈয়াৰ কৰা হৈছিল। (আদি ১৮:৬) এইদৰে এজন দুখীয়া দৰিদ্ৰ ইস্ৰায়েলীয়েও যিহোৱাৰপৰা ক্ষমা খুজিবলৈ পাৰিছিল। হয়তো আজি আমিও আমাৰ পৰিস্থিতিৰ বাবে যিহোৱাৰ সেৱাত বেছি কৰিব পৰা নাই। কিন্তু যিহোৱা আমাৰ “স্তৱৰূপ যজ্ঞ” অৰ্থাৎ প্ৰশংসাৰ বলিদানৰপৰা আনন্দিত হয়, কিয়নো তেওঁ জানে যে আমি নিজৰ ফালৰপৰা তেওঁক উত্তম বলিদান দি আছোঁ।—ইব্ৰী ১৩:১৫.

যদি আপুনি নিজৰ অসুস্থ স্বাস্থ্য আৰু বয়স বাঢ়ি যোৱাৰ বাবে যিহোৱাৰ সেৱা আগৰ দৰে কৰিব পৰা নাই, তেনেহʼলে আপোনাক কি মনত ৰখা উচিত?

ছবি: দুগৰাকী ভনীয়ে যিহোৱালৈ “স্তৱৰূপ যজ্ঞ” অৰ্থাৎ প্ৰশংসাৰ বলিদান উৎসৰ্গ কৰিছে। ১. এগৰাকী ভনীয়ে বজাৰত অন্য ভাষা কোৱা, এগৰাকী তিৰোতাক সাক্ষ্য দিছে। ২. এগৰাকী বয়সস্থ ভনীয়ে চিঠি লিখি সাক্ষ্য দিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক