ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মলাখী ১-৪
আপোনাৰ বিবাহৰ বন্ধনে যিহোৱাক আনন্দিত কৰেনে?
২:১৩-১৬
মলাখীৰ সময়ত বহুতো ইস্ৰায়েলীয়ে সৰু-সুৰা কাৰণৰ বাবে বিবাহ-বিচ্ছেদ কৰিছিল। যিসকলে নিজৰ সংগীক বিশ্বাস-ঘাতকতা কৰিছিল, যিহোৱা ঈশ্বৰে তেওঁলোকৰ উপাসনা গ্ৰহণ কৰা নাছিল
নিজৰ জীৱন-সংগীৰ লগত আদৰেৰে ব্যৱহাৰ কৰা লোকসকলক যিহোৱা ঈশ্বৰে আশীৰ্ব্বাদ কৰিছিল
বিবাহ-সংগীয়ে এই বিষয়বোৰত কেনেকৈ এজনে-আনজনৰ বিশ্বাসী হৈ থাকিব পাৰে:
তেওঁলোকে যি চিন্তা কৰে
তেওঁলোকে যি দেখে
তেওঁলোকে যি কয়