ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৭-২৮
যোৱা আৰু শিষ্য বনোৱা—কিয়, কʼত আৰু কেনেকৈ?
কিয়? যীচুৱে ঘোষণা কৰাৰ বাবে যিহোৱা ঈশ্বৰৰপৰা অধিকাৰ লাভ কৰিছিল
কʼত? ‘সকলো জাতিৰ’ লোকক শিষ্য কৰিবলৈ যীচুৱে নিজৰ অনুগামীসকলক আজ্ঞা দিছিল
আমি লোকসকলক যীচুৰ আজ্ঞা অনুসৰি জীৱন অতিবাহিত কৰাৰ বাবে শিক্ষা দি থকা উচিত
যীচুৰ আজ্ঞাৰ বিষয়ে আমি আনক কেনেকৈ শিক্ষা দিব পাৰোঁ?
বিদ্যাৰ্থীসকলক যীচুৰ শিক্ষা নিজৰ জীৱনত পালন কৰিবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ?
বিদ্যাৰ্থীসকলক যীচুৰ উদাহৰণ অনুকৰণ কৰিবলৈ আমি কেনেকৈ সহায় কৰিব পাৰোঁ?