ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ২৭-২৮
পুৰোহিতসকলৰ বস্ত্ৰৰপৰা আমি কি শিকিব পাৰোঁ?
২৮:৩০, ৩৬, ৪২, ৪৩
ইস্ৰায়েলী পুৰোহিতসকলে যি ধৰণৰ বস্ত্ৰ পৰিধান কৰিছিল, তাৰপৰা আমি বুজিব পাৰোঁ যে আমি কোনো নিৰ্ণয় লোৱাৰ আগতে যিহোৱাৰ ইচ্ছা জনা উচিত। ইয়াৰ উপৰিও আমি সকলো ক্ষেত্ৰত পবিত্ৰ হৈ থকা উচিত, লগতে সন্মান আৰু মৰ্য্যদা দেখুৱা উচিত।
আমি যিহোৱাৰ ইচ্ছা কেনেকৈ জানিব পাৰোঁ?
পবিত্ৰ হোৱাৰ অৰ্থ কি?
আমি সন্মান আৰু মৰ্য্যদা কেনেকৈ দেখুৱাব পাৰোঁ?