ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জুলাই পৃষ্ঠা ৮
  • নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২)

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২)
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • নিৰপেক্ষ হৈ থকাৰ অৰ্থ কি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • দয়ালু চমৰীয়াৰ দৃষ্টান্ত
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • যিহোৱাই আমাৰ পৰা আৰু কি বিচাৰে?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • ঈশ্বৰৰ সেৱকসকলৰ ওচৰত প্ৰকৃত আশা আছে
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জুলাই পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২)

দয়ালু চমৰীয়াৰ দৃষ্টান্তই আমাক সোঁৱৰাই দিয়ে যে যিহোৱা ঈশ্বৰ পক্ষপাতী নহয় আৰু আমি বিভিন্ন জাতি, বৰ্গ, গোষ্ঠী, ৰাষ্ট্ৰ বা ধৰ্ম্মৰ লোক তথা “সকলোলৈ . . . হিতজনক কৰ্ম্ম” কৰাটো তেওঁ বিচাৰে।—গালা ৬:১০; পাঁচ ১০:৩৪.

নিৰপেক্ষ হৈ থকাটো কিয় ইমান গুৰুত্বপূৰ্ণ? (মীখা ৪:২) নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি কেনেকৈ জানোঁ যে মীখা ৪:২ পদত বৰ্ণনা কৰা কথাবোৰ বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলৰ ওপৰত পূৰ হৈছে?

  • নিৰপেক্ষতা কি আৰু ই কিয় গুৰুত্বপূৰ্ণ?

  • প্ৰকাশিত বাক্য ১৩:১৬, ১৭ পদে কেনেকৈ দেখুৱায় যে ৰাজনৈতিক ব্যৱস্থাই আমাৰ চিন্তাধাৰা আৰু কাৰ্য্যত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে?

[পৃষ্ঠাৰ ক্যাপ্‌শন ৮]

এনে তিনিটা বিষয় কি, যিয়ে আমাৰ নিৰপেক্ষতা বজাই ৰখাত বাধা আনিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক