ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • আনে প্ৰশংসা কৰাৰ সত্ত্বেও নম্ৰ হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • যীচুৰ কি কি গুণ আছে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ‘ঈশ্বৰে অব্ৰাহামক পৰীক্ষা কৰে’
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ছেপ্টেম্বৰ পৃষ্ঠা ৬
যীচুৱে সকলো পশংসা যিহোৱা ঈশ্বৰক দিছ

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৭-৮

যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে

৭:১৫-১৮, ২৮, ২৯; ৮:২৯

যীচুৱে যি কৰিছিল আৰু কৈছিল, তাৰ দ্বাৰা স্বৰ্গত থকা পিতৃৰ নাম মহিমা হয়। যীচুৰ বাৰ্ত্তা ঈশ্বৰৰপৰা হয় বুলি লোকসকলে জনাটো তেওঁ বিচাৰিছিল। সেইবাবে, তেওঁ শাস্ত্ৰৰ আধাৰত লোকসকলক শিক্ষা দিছিল আৰু প্ৰায়ে শাস্ত্ৰৰপৰা উদ্ধৃতি দিছিল। যেতিয়া তেওঁক প্ৰশংসা কৰা হৈছিল, তেতিয়া তেওঁ সেই প্ৰশংসা নিজে লোৱা নাছিল। কিন্তু তেওঁ লোকসকলৰ ধ্যান যিহোৱাৰ ফালে কৰিছিল, যাতে যিহোৱা ঈশ্বৰৰ মহিমা হয়। যিহোৱা ঈশ্বৰে দিয়া দায়িত্ব পূৰ কৰাই তেওঁৰ জীৱনৰ মুখ্য উদ্দেশ্য আছিল।—যোহ ১৭:৪.

আমি যীচুক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ . . .

  • বাইবেল অধ্যয়ন বা মঞ্চৰপৰা শিকোৱাৰ সময়ত?

  • আনে আমাক প্ৰশংসা কৰাৰ সময়ত?

  • আমাৰ সময় কি কাৰ্য্যত অতিবাহিত কৰিম, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক