ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৮
  • আনে প্ৰশংসা কৰাৰ সত্ত্বেও নম্ৰ হৈ থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আনে প্ৰশংসা কৰাৰ সত্ত্বেও নম্ৰ হৈ থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • প্ৰলোভনৰ সময়ত বিশ্বাসী হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • নম্ৰ হওক—আত্মপ্ৰশংসাৰপৰা আঁতৰি থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • যিহোৱাৰ মহান কাৰ্য্যৰ বাবে তেওঁক স্তুতি কৰক!
    ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আনে প্ৰশংসা কৰাৰ সত্ত্বেও নম্ৰ হৈ থাকক

কেতিয়াবা কেতিয়াবা লোকসকলে আমাক প্ৰশংসা কৰে। যদি তেওঁলোকে হৃদয়েৰে আৰু সঠিক উদ্দেশ্যৰে প্ৰশংসা কৰে, তেতিয়া আমাক ভাল লাগে। (হিতো ১৫:২৩; ৩১:১০, ২৮) কিন্তু, নিজৰ প্ৰশংসা শুনি, আমি অহংকাৰ কৰা আৰু নিজকে উত্তম বুলি ভবা উচিত নহয়।

যীচুৰ দৰে নম্ৰ হৈ থাকক—প্ৰশংসা কৰাৰ সময়ত নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • লোকসকলে হয়তো কি কাৰণে আমাৰ প্ৰশংসা কৰিব পাৰে?

  • ভাইসকলে কেনেকৈ চাৰগিক প্ৰশংসা কৰিলে?

  • ভাইসকলে এইদৰে প্ৰশংসা কৰাটো কিয় সঠিক নাছিল?

  • ভাই চাৰগিৰ নম্ৰতাৰপৰা আপুনি কি শিকিব পাৰে?

যীচুৰ দৰে নম্ৰ হৈ থাকক—প্ৰশংসা কৰাৰ সময়ত নামৰ ভিডিঅʼখনৰ দৃশ্য। ভাই চাৰগিয়ে এজন ভাইৰ ঘৰত একত্ৰিত হৈছে আৰু প্ৰশংসাৰ কৰা সত্ত্বেও নম্ৰ হৈ তেওঁ ভাইসকলৰ লগত কথা পাতিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক