ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb20 জুলাই পৃষ্ঠা ৮
  • নম্ৰ হওক—আত্মপ্ৰশংসাৰপৰা আঁতৰি থাকক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নম্ৰ হওক—আত্মপ্ৰশংসাৰপৰা আঁতৰি থাকক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • মিল থকা বিষয়
  • সম্পূৰ্ণ হৃদয়েৰে যিহোৱাৰ কথা মানি চলক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • বাৰজন চোৰাংচোৱা
    বাইবেলৰ পৰা শিকোঁ আহা
  • আনে প্ৰশংসা কৰাৰ সত্ত্বেও নম্ৰ হৈ থাকক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
  • খ্ৰীষ্টৰ দৰে নম্ৰ আৰু বিনয়ী হওক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২০
mwb20 জুলাই পৃষ্ঠা ৮

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

নম্ৰ হওক—আত্মপ্ৰশংসাৰপৰা আঁতৰি থাকক

যেতিয়া আমি নিজৰ প্ৰশংসা কৰোঁ আৰু ফিতাহি মাৰো, তেতিয়া ইয়ে দেখুৱাই যে আমি অহংকাৰী হৈছোঁ, লগতে শ্ৰোতাসকলেও উৎসাহিত নহয়। যেনেকৈ বাইবেলত উল্লেখ আছে, “অন্য লোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজ মূখে নকৰক।”—হিতো ২৭:২.

যিহোৱাৰ বন্ধু হোৱা—নম্ৰ হওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • লোকসকলে সাধাৰণতে কি কথালৈ অহংকাৰ কৰে?

  • ৰিংকুৱে নিজৰ বন্ধুৰ আগত কি বিষয় লৈ অহংকাৰ কৰিছিল?

  • ৰিংকুৰ দেউতাকে তাক কেনেকৈ বুজালে যে অহংকাৰ কৰাটো ভাল নহয়?

  • ১ পিতৰ ৫:৫ পদে কেনেকৈ আমাক নম্ৰ হৈ থাকিবলৈ সহায় কৰে?

ৰিংকুৱে এটা ডাঙৰ বঁটাৰ ওপৰত থিয় হৈ আছে আৰু তলত খেল থকা বন্ধুজনক ফিতাহি মাৰিছে।
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক