ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১৩-১৪
“তোমালোকক আৰ্হি দেখুৱালোঁ”
যীচুৱে শিষ্যসকলৰ ভৰি ধুই, তেওঁলোকক নম্ৰ হʼবলৈ শিক্ষা দিছিল। শিষ্যসকলে ভাইসকলৰ বাবে যিকোনো কাম কৰা উচিত।
মই নম্ৰতাৰ গুণ কেনেকৈ দেখুৱাম যেতিয়া . . .
তৰ্ক-বিতৰ্ক বা মতভেদ হয়?
মোক পৰামৰ্শ দিয়া হয় বা শুধৰণি কৰা হয়?
ৰাজ্যগৃহ পৰিষ্কাৰ বা তদাৰক কৰাৰ প্ৰয়োজন হয়?