ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জানুৱাৰী পৃষ্ঠা ৬
  • পৌলে জাহাজেৰে ৰোমলৈ যাত্ৰা কৰে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পৌলে জাহাজেৰে ৰোমলৈ যাত্ৰা কৰে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • পৌলক ৰোমলৈ পঠিওৱা হʼল
    বাইবেলৰ পৰা শিকোঁ আহা
  • সাহসী হওক—যিহোৱা আপোনাৰ সহায়কৰ্তা
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • যোৱা আৰু শিষ্য বনোৱা—কিয়, কʼত আৰু কেনেকৈ?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জানুৱাৰী পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ২৭-২৮

পৌলে জাহাজেৰে ৰোমলৈ যাত্ৰা কৰে

২৭:২৩, ২৪; ২৮:১, ২, ১৬, ১৭

কয়দী হিচাপে থকাৰ সত্ত্বেও পাঁচনি পৌলে ঘোষণা কৰিবলৈ কেতিয়াও এৰা নাছিল। যেতিয়া তেওঁ জাহাজত যাত্ৰা কৰিছিল, তেতিয়া তেওঁ সহযাত্ৰী আৰু জাহাজৰ নাৱিকসকলক সাক্ষ্য দিছিল। নিঃসন্দেহ, মিলিতা দ্বীপৰ ওচৰত জাহাজখন ভাঙি যোৱাৰ পাছত তেওঁ নিশ্চয় সুস্থ কৰা লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাইছিল। ৰোমত উপস্থিত হোৱাৰ তিনিদিনৰ পাছত তেওঁ যিহূদীসকলৰ প্ৰধান লোকসকলক নিজৰ ওচৰলৈ মতাই সাক্ষ্য দিছিল। এটা ঘৰত দুবছৰ গৃহবন্দী হৈ থকাৰ সময়ছোৱাত, সাক্ষাৎ কৰিবলৈ অহা লোকসকলক পৌলে ঘোষণা কৰিছিল।

নিজৰ সীমিত অৱস্থা থকাৰ সত্ত্বেও আপুনি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাব পাৰে?

ৰোমত এজন সৈনিকৰ লগত শিকলিৰে বান্ধ খাই থকাৰ সময়ছোৱাত পৌলে যিহূদীসকলৰ প্ৰধান লোকসকলক সাক্ষ্য দিছে; কৈচৰিয়াৰপৰা ৰোমলৈ যোৱা পৌলৰ যাত্ৰাপথ
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক