ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 এপ্ৰিল পৃষ্ঠা ৪-৫
  • আপুনি স্মৰণীয় দিনৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি স্মৰণীয় দিনৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • খ১২-ক পৃথিৱীত যীচুৰ জীৱনৰ শেষ সপ্তাহ (ভাগ ১)
    পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • খ১২-খ পৃথিৱীত যীচুৰ জীৱনৰ শেষ সপ্তাহ (ভাগ ২)
    পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
  • ২০২৩ চনৰ স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • ২০২২ চনৰ স্মৰণীয় দিনৰ লগত জড়িত পদবোৰ
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 এপ্ৰিল পৃষ্ঠা ৪-৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি স্মৰণীয় দিনৰ বাবে কেনেকৈ প্ৰস্তুতি কৰিব?

এই বছৰৰপৰা আমি খ্ৰীষ্টৰ মৃত্যুৰ স্মৰণীয় দিনৰ বাবে প্ৰস্তুতি কৰিবলৈ আৰু বেছিকৈ সময় লাভ কৰিম। যদি স্মৰণীয় দিন সোমবাৰৰপৰা শুক্ৰবাৰৰ মাজৰ যিকোনো এটা দিনত পৰে, তেনেহʼলে সেই সপ্তাহত জীৱন আৰু পৰিচৰ্য্যা সভা নহʼব। যদি স্মৰণীয় দিন শনিবাৰ বা দেওবাৰে পৰে, তেনেহʼলে জনভাষণ আৰু প্ৰহৰীবুৰুজৰ অধ্যয়ন নহʼব। আপুনি যি বেছিকৈ সময় পাব, তাক আপুনি ভালদৰে ব্যৱহাৰ কৰিবনে? প্ৰথম শতিকাৰ দৰে আজি আমিও এই বিশেষ দিনৰ বাবে আগৰেপৰাই প্ৰস্তুতি কৰা উচিত। (লূক ২২:৭-১৩; km-HI ৩/১৫ ১) আমি নিজৰ হৃদয়ো প্ৰস্তুত কৰা উচিত। এয়া আমি কেনেকৈ কৰিব পাৰোঁ?

  • স্মৰণীয় দিনত উপস্থিত হোৱাটো কিমান প্ৰয়োজন, তাৰ বিষয়ে ধ্যান কৰক।—১কৰি ১১:২৩-২৬

  • যিহোৱাৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা, তাৰ বিষয়ে প্ৰাৰ্থনাপূৰ্ব্বক চালি-জাৰি চাওক।—১কৰি ১১:২৭-২৯; ২কৰি ১৩:৫

  • যিবোৰ পদ আৰু লেখত স্মৰণীয় দিনৰ অৰ্থ বুজোৱা হৈছে, সেইবোৰ পঢ়ক আৰু ধ্যান কৰক।—যোহ ৩:১৬; ১৫:১৩

কিছুমান ভাই-ভনীয়ে প্ৰতিদিন শাস্ত্ৰবচনৰ পৰীক্ষা কৰক পুস্তিকাত স্মৰণীয় দিনৰ লগত জড়িত থকা পদবোৰ পঢ়ে আৰু ধ্যান কৰে। এই লেখত দিয়া তালিকাতো স্মৰণীয় দিনৰ লগত জড়িত থকা পদবোৰ দিয়া হৈছে। কিছুমান ভাই-ভনীয়ে এই পদবোৰ পঢ়ে। আন কিছুমান লোকে প্ৰহৰীবুৰুজৰ সেই লেখবোৰ পঢ়ে, যʼত স্মৰণীয় দিনৰ বিষয়ে আৰু যিহোৱা আৰু যীচুৰ প্ৰেমৰ বিষয়ে বুজোৱা হৈছে। আপুনি নিজেই নিৰ্ণয় কৰিব পাৰে যে স্মৰণীয় দিনৰ বাবে প্ৰস্তুতি কৰিবলৈ আপুনি কি পঢ়িব বিচাৰে। এনে কৰিলে আপুনি যিহোৱা আৰু যীচুৰ কাষ চাপিবলৈ সক্ষম হʼব।

পৃথিৱীত যীচুৰ অন্তিম সপ্তাহ (খণ্ড ১ আৰু ২)
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক