ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুলাই পৃষ্ঠা ২
  • পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • আপুনি ‘পুৰাতন পুৰুষক সোলোকাব’ পাৰিব
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • বাপ্তিষ্মাৰ পাছতো ‘নতুন পুৰুষক’ পিন্ধি থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • “নতুন পুৰুষক পিন্ধা”
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • নতুন মন কৰক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুলাই পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | কলচীয়া ১-৩

পুৰাতন পুৰুষক সোলোকাই পেলাওক আৰু নতুন পুৰুষক পিন্ধি লওক

৩:৫-১৪

যিহোৱাৰ কাষ চাপক কিতাপখন আৰু বাইবেলখন পঢ়াৰ পাছত এগৰাকী ভনীয়ে ধ্যান কৰিছে

সত্যত অহাৰ পাছত, আপোনাক নিশ্চয় বহুতো পৰিৱৰ্তন কৰিবলগীয়া হৈছিল? আপোনাৰ এই প্ৰচেষ্টৰ বাবে যিহোৱা ঈশ্বৰ আনন্দিত হৈছিল বুলি আপুনি নিশ্চিত হʼব পাৰে। (যিহি ৩৩:১১) কিন্তু এয়া সত্য যে পুৰণি ব্যক্তিত্বক শুধৰাবলৈ আৰু নতুন ব্যক্তিত্বক বিকশিত কৰি থাকিবলৈ আপোনাক একেলেথাৰিয়ে প্ৰচেষ্টা চলাই থকাৰ প্ৰয়োজন আছে। আপোনাক কি কি ক্ষেত্ৰত উন্নতি কৰাৰ প্ৰয়োজন আছে, তাক জানিবলৈ নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মোৰ লগত বেয়া ব্যৱহাৰ কৰা ব্যক্তিৰ প্ৰতি মই মনতে খং পুহি ৰাখোঁ নেকি?

  • মই ব্যস্ত থকা বা ভাগৰি পৰাৰ সত্ত্বেও ধৈৰ্য্য দেখুৱাওঁ নে?

  • যদি মোৰ মনলৈ কিবা অনৈতিক চিন্তা-ভাৱনা আহে, তেনেহʼলে মই লগে লেগে তাক উলিয়াই পেলাওঁ নে?

  • অন্য জাতি বা ৰাষ্ট্ৰৰ লোকসকলৰ প্ৰতি মই ভেদভাৱ ৰাখোঁ নেকি?

  • অলপতে মই কাৰোবাক বাক্যৰ যোগেদি বেয়া ব্যৱহাৰ বা খং প্ৰকাশ কৰিছিলোঁ নেকি?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক