ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুলাই পৃষ্ঠা ৪
  • অধৰ্ম্মীজন প্ৰকাশিত হʼব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধৰ্ম্মীজন প্ৰকাশিত হʼব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • “পৰ দি থাকা”
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুলাই পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ থিচলনীকীয়া ১-৩

অধৰ্ম্মীজন প্ৰকাশিত হʼব

২:৬-১২

এই পদবোৰৰ যোগেদি পৌলে কি কʼব বিচাৰিছে?

  • আৰম্ভণিৰ খ্ৰীষ্টান মণ্ডলীৰ সভাত ধৰ্ম্মত্যাগী খ্ৰীষ্টানসকলে ব্যাঘাত জন্মাইছে

    “নিবাৰণ” (পদ ৬)—হয়তো পাঁচনিসকল

  • “প্ৰকাশিত” (পদ ৬)—পাঁচনিসকলৰ মৃত্যুৰ পাছত ধৰ্ম্মত্যাগী খ্ৰীষ্টানসকলে ধৰ্ম্মৰ চল-কপট আৰু মিছা শিক্ষাৰ আৰম্ভ কৰিছিল

  • “অধৰ্ম্মৰ সেই নিগূঢ়-তত্ত্ব” (পদ ৭)—পৌলৰ সময়ত ‘অধৰ্ম্মীসকল’ কোন আছিল, তাক লোকসকলে চিনাক্ত কৰিব পৰা নাছিল

  • পাদুৰী বৰ্গৰ এক সমূহে বাইবেল হাতত লৈ থকা ভাইজনক গালি পাৰিছে

    “অধৰ্ম্মী জন” (পদ ৮)—বৰ্তমান সময়ৰ গীৰ্জাৰ পাদুৰী বৰ্গ

  • “প্ৰভু যীচুৱে . . . [অধৰ্ম্মী জনক] সংহাৰ কৰিব, আৰু তেওঁৰ আগমনৰ আবিৰ্ভাৱৰ দ্বাৰাই লুপ্ত কৰিব” (পদ ৮)—যীচুৱে যে স্বৰ্গীয় ৰাজ্যৰ ৰজা হয়, তাক তেওঁ চয়তানৰ ব্যৱস্থাক ন্যায় বিচাৰ কৰাৰ যোগেদি প্ৰমাণ কৰিব। ইয়াত জড়িত আছে ‘অধৰ্ম্মীসকলক’ ন্যায় বিচাৰ কৰা

ঘোষণা কাৰ্য্য উৎসাহেৰে কৰিবলৈ আৰু ইয়াক গুৰুত্বসহকাৰে লʼবলৈ এই পদবোৰে কেনেকৈ আপোনাক অনুপ্ৰাণিত কৰিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক