ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | প্ৰকাশিত বাক্য ১৩-১৬
হিংস্ৰ পশুবোৰক ভয় নাখাব
প্ৰকাশিত বাক্য কিতাপৰ ১৩ অধ্যায়ত উল্লেখ কৰা পশুবোৰক ভালদৰে চিনাক্ত কৰিব পাৰিলে, আমি সেইবোৰক ভয় কৰাৰপৰা আঁতৰি থাকিব পাৰিম অথবা সাধাৰণ মানৱজাতিয়ে কৰাৰ দৰে আমিও সেইবোৰক সন্মান আৰু সমৰ্থন কৰিব পাৰিম।
প্ৰতিটো পশুৱে কাক চিত্ৰিত কৰে মিলাওক
জন্তুবোৰ
নাগ।—প্ৰকা ১৩:১
দহোটা শিং আৰু সাতোটা মূৰ থকা পশু।—প্ৰকা ১৩:১, ২
মেৰ পোৱালিৰ নিচিনা দুটা শিং থকা পশু।—প্ৰকা ১৩:১১
পশুৰ প্ৰতিমূৰ্ত্তি।—প্ৰকা ১৩:১৫
শক্তি
ব্ৰিটেইন-আমেৰিকা বিশ্ব শক্তি
ৰাষ্ট্ৰ সংঘ আৰু সংযুক্ত ৰাষ্ট্ৰৰ উত্তৰাধিকাৰী
চয়তান
ঈশ্বৰৰ বিৰোধ কৰা সকলো চৰকাৰ