ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ১৭-১৮
নম্ৰ প্ৰাচীনসকলে আনক শিকায় আৰু দায়িত্ব দিয়ে
১৮:১৭, ১৮, ২১, ২২, ২৪, ২৫
যেতিয়া অনুভৱী ভাইসকলে ডেকাসকলক শিকায় আৰু দায়িত্ব দিয়ে, তেতিয়া তেওঁলোকে প্ৰেম আৰু নম্ৰতা দেখুৱাই। তেওঁলোকে এয়া কেনেকৈ কৰিব পাৰে?
দায়িত্ব লʼব পৰা ব্যক্তিসকলক বাচনি কৰক
দায়িত্ব দিয়াৰ সময়ত তেওঁৰপৰা কি আশা কৰে, তাক স্পষ্টকৈ কওক
কাম পূৰ কৰিবলৈ টকা, সঁজুলি আৰু প্ৰয়োজন অনুসৰি সহায় আগবঢ়াওক
দায়িত্ব দিয়াৰ পাছত সময়ে সময়ে তেওঁক কামৰ বিষয়ে সোধক আৰু জনাওক যে আপুনি তেওঁৰ ওপৰত ভৰসা কৰে
নিজকে সোধক, ‘মই আনক কি কি দায়িত্ব দিব পাৰোঁ?’