ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 মে’ পৃষ্ঠা ১১
  • উৎসাহেৰে শিক্ষা দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • উৎসাহেৰে শিক্ষা দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • মিল থকা বিষয়
  • উৎসাহ
    পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক
  • প্ৰশ্ন সোধক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • হৃদয় স্পৰ্শ কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
  • যিহোৱালৈ প্ৰাৰ্থনা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 মে’ পৃষ্ঠা ১১
এজন ভায়ে এজন বৃদ্ধ ব্যক্তিক বাইবেল অধ্যয়ন কৰাৰ সময়ত তেওঁ হাঁহিছে আৰু অংগি-ভংগিৰে বুজাইছে।

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক | প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

উৎসাহেৰে শিক্ষা দিয়ক

যদি আমি উৎসাহেৰে শিকাওঁ, তেনেহʼলে শ্ৰোতাসকলেও উৎসাহিত হʼব। তেওঁলোকে অতি আগ্ৰহেৰে আমাৰ কথা শুনিব। তেওঁলোকে বুজি পাব যে আমাৰ বাৰ্তা অতি গুৰুত্বপূৰ্ণ। আমি যিয়ে ভাষা বা সংস্কৃতিৰ নহওঁ কিয়, আমি উৎসাহেৰে শিকাব পাৰোঁ। (ৰোম ১২:১১) কেনেকৈ বাৰু?

প্ৰথমে, আমি বুজি পোৱা উচিত যে আমাৰ বাৰ্তা অতি গুৰুত্বপূৰ্ণ। আমাৰ ওচৰত “মঙ্গলৰ শুভবাৰ্ত্তা” আছে। (ৰোম ১০:১৫) দ্বিতীয়তে, আমি চিন্তা কৰা উচিত যে আমি যি শিকাওঁ, তাৰপৰা লোকসকলৰ কিমান লাভ হʼব। এই কথাবোৰ জনাটো লোকসকলৰ বাবে অতি প্ৰয়োজন। (ৰোম ১০:১৩, ১৪) অৱশেষত, উৎসাহেৰে আৰু স্বাভাৱিক অংগি-ভংগিৰে কথা পাতক।

শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উৎসাহেৰে শিক্ষা দিয়ক নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উৎসাহেৰে শিক্ষা দিয়ক’ নামৰ ভিডিঅʼখনৰ চিনত গ্ৰেচে বাইবেল অধ্যয়ন কৰিবলৈ নোৱাৰিম বুলি কোৱাৰ পাছত নিতাই নিৰাশ হৈ পৰিছে।

    নিতাৰ উৎসাহ কিয় কমি গৈছিল?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উৎসাহেৰে শিক্ষা দিয়ক’ নামৰ ভিডিঅʼখনৰ চিনত গ্ৰেচে বাইবেল অধ্যয়নৰ সময়ত আমনি পাইছে।

    নিতাই পুনৰ কেনেকৈ উৎসাহ লাভ কৰিলে?

  • ‘শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক—নিজৰ দক্ষতা উন্নতি কৰক—উৎসাহেৰে শিক্ষা দিয়ক’ নামৰ ভিডিঅʼখনৰ চিনত নিতা আৰু গ্ৰেচে তেওঁলোকৰ বাইবেল অধ্যয়নৰ পাছত উৎসাহেৰে কথা পাতি আছে।

    আমাৰ উৎসাহ থাকিলে আনৰো উৎসাহ বাঢ়িব

    আমি শ্ৰোতাসকলৰ ভাল গুণবোৰলৈ কিয় ধ্যান দিয়া উচিত?

  • আমি উৎসাহেৰে শিকালে আমাৰ বিদ্যাৰ্থী আৰু আন লোকসকলকৰ ওপৰত কি প্ৰভাৱ পৰিব?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক